Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সুস্বাস্থ্য আৰু সুখ বৰ্তাই ৰখাত ভাৰসাম্যৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সুস্বাস্থ্য আৰু সুখ বৰ্তাই ৰখাত ভাৰসাম্যৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

शरीरं सत्त्वसंज्ञं च व्याधीनामाश्रयो मतः।

तथा सुखानां योगस्तु सुखानां कारणं समः॥

এই শ্লোকটোৱে সুস্বাস্থ্য বৰ্তাই ৰখা আৰু সুখী হোৱাৰ ক্ষেত্ৰত ভাৰসাম্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াত কোৱা হৈছে যে সুস্থ হৈ থকা মানে কেৱল ৰোগৰ অনুপস্থিতি নহয়, বৰং সুস্থ আৰু পৰিপূৰ্ণ জীৱনত অৰিহণা যোগোৱা কাৰকসমূহৰ সুসংগত ভাৰসাম্য।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

शरीरं सत्त्वसंज्ञं च व्याधीनामाश्रयो मतः।

तथा सुखानां योगस्तु सुखानां कारणं समः॥

***

MJPS/SS/VJ/HS