Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সেনা বাহিনীৰ পতাকা দিৱস উপলক্ষে সেনা বাহিনীৰ জোৱানসকলক ছেল্যুট প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সেনা বাহিনীৰ পতাকা দিৱস উপলক্ষে সেনা বাহিনীৰ জোৱানসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গক ছেল্যুট জনায়৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সেনা বাহিনীৰ পতাকা দিৱস উপলক্ষে আমাৰ সেনা বাহিনীৰ জোৱানসকলৰ অদম্য সাহসৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গক ছেল্যুট জনাইছো৷ মই আপোনালোক সকলোকে আমাৰ সেনা বাহিনীৰ কল্যানৰ বাবে বৰঙণি আগবঢ়াবলৈ আহ্বান জনাইছো৷”

********

VRRK/SH/DB