Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

স্বাস্থ্যখণ্ডতভাৰতআৰুক’টডিলভইৰমাজতসহযোগিতাস্থাপনৰবুজাবুজিৰচুক্তিপত্ৰতকেবিনেটৰঅনুমোদনপ্ৰদান


 

প্ৰধানমন্ত্ৰীশ্ৰীনৰেন্দ্ৰমোদীৰপৌৰহিত্যতকেন্দ্ৰীয়কেবিনেটেভাৰতৰস্বাস্থ্যআৰুপৰিয়ালকল্যাণমন্ত্ৰালয়তথাকটডিলভইৰগণৰাজ্যৰস্বাস্থ্যআৰুজনস্বাস্থ্যবিধিমন্ত্ৰালয়ৰমাজতস্বাস্থ্যখণ্ডৰসহযোগিতাবৃদ্ধিৰবাবেসম্পন্নহোৱাবুজাবুজিৰচুক্তিপত্ৰতঅনুমোদনপ্ৰদানকৰে৷
বুজাবুজিৰচুক্তিপত্ৰখনতসহযোগিতাৰনিম্নোক্তদিশসমূহসামৰিলোৱাহৈছেঃ
১. চিকিৎসক, স্বাস্থ্যবিষয়াআৰুঅন্যান্যস্বাস্থ্যপেছাদাৰীতথাবিশেষজ্ঞসকলকঅত্যাধুনিকচিকিৎসাপ্ৰযুক্তি, নিউক্লীয়াৰঔষধ, ৰেনেলপ্ৰত্যাৰোপণ, কাৰ্ডিয়াকঅস্ত্ৰোপচাৰ, নেফ্ৰ’ল’জী, হেম’ডায়লাইছিচআৰুচিকিৎসাগৱেষণাৰবিনিময়আৰুপ্ৰশিক্ষণ;
২. ঔষধআৰুফাৰ্মাচিউটিকেলসামগ্ৰীৰনিয়ামক;
৩. মানৱসম্পত্তিৰবিকাশআৰুস্বাস্থ্যসেৱাসুবিধাস্থাপনতসাহায্য;
৪. চিকিৎসানিষ্কাশনকঅন্তৰ্ভুক্তকৰিস্বাস্থ্যসেৱাখণ্ডআৰুজনস্বাস্থ্যসেৱাৰব্যৱস্থাপনা;
৫. জেনেৰিকআৰুঅত্যাৱশ্যকীয়ঔষধৰআহৰণআৰুঔষধযোগানতসাহায্য;
৬. এইচআইভি/এইডছৰক্ষেত্ৰতসহযোগিতাআৰুগৱেষণা;
৭. মহামাৰীনিৰীক্ষণপ্ৰযুক্তিআৰুকৌশলৰবিকাশআৰুউত্তৰণ;
৮. প্ৰাথমিকস্বাস্থ্যসেৱাৰখণ্ডতউত্তমঅনুশীলনৰবিনিময়;
৯. চিকিৎসালয়ব্যৱস্থাপনাআৰুৰাজহুৱাস্বাস্থ্যসেৱাকেন্দ্ৰসমূহৰতথ্যবিনিময়;
১০. জনস্বাস্থ্যৰউত্তৰণআৰুচিকিৎসানিষ্কাশনব্যৱস্থাপনাৰঅভিজ্ঞতাবিনিময়;
১১. স্বাস্থ্যউত্তৰণআৰুৰোগপ্ৰতিৰোধ;
১২. অসংক্ৰামকৰোগ;
১৩. পেছাগতআৰুপৰিবেশগতস্বাস্থ্য;
১৪. চিকিৎসাগৱেষণা; আৰু
১৫. পাৰস্পৰিকভাৱেসিদ্ধান্তগ্ৰহণকৰাসহযোগিতাৰযিকোনোক্ষেত্ৰ৷

সহযোগিতাসম্প্ৰসাৰণআৰুবুজাবুজিৰচুক্তিপত্ৰৰসঠিকৰূপায়ণপ্ৰত্যক্ষকৰিবলৈএটাকৰ্মদলগঠনকৰাহ’ব৷

****

VRRK/AK/MANN