Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

স্বাস্থ্য আৰু ঔষধখণ্ডত ভাৰত আৰু ব্ৰাজিলৰ মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন প্ৰদান


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ব্ৰাজিলৰ মাজত স্বাস্থ্য আৰু ঔষধখণ্ডত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন প্ৰদান কৰিছে৷ বুজাবুজিৰ এই চুক্তিপত্ৰ ২০১৯ চনৰ নৱেম্বৰত অনুষ্ঠিত হৈছিল৷

লাভসমূহঃ

ভাৰত আৰু ব্ৰাজিলৰ মাজত সম্পন্ন হোৱা দ্বিপাক্ষিক বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা দুয়োখন দেশৰ স্বাস্থ্য আৰু ঔষধখণ্ডত সহযোগিতাৰ সম্প্ৰসাৰণ হ’ব৷ ইয়াৰ জৰিয়তে দুয়োখন দেশৰ জনসাধাৰণৰ স্বাস্থ্যৰ স্থিতি উত্তৰণ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷

********

VRRK/SC/SH/MANN