Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

স্বৰ্ণ পদক বিজয়ী ভাৰতীয় মহিলা টেবুল টেনিছ দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


কমনৱেলথ গেমছত স্বৰ্ণ পদক জয় কৰা ভাৰতীয় মহিলা টেবুল টেনিছ দলটোক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷

‘ভাৰতীয় মহিলা টেবুল টেনিছ দলটোৰ এয়া ঐতিহাসিক স্বৰ্ণ পদক জয়৷ দলটোলৈ মই অভিনন্দন জনাইছো৷ তেওঁলোকৰ এই সাফল্যত আমি গৌৰৱান্বিত৷’—প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/AP/MS