পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হনুমান জয়ন্তী উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনলৈ নতুন শক্তি আৰু উদ্যম কঢ়িয়াই আনিব বুলি শ্ৰী মোদীয়ে প্ৰাৰ্থনা কৰে । ‘মই কামনা কৰিছো যে পৱনপুত্র হনুমান জীয়ে সকলোকে শক্তি, প্রজ্ঞা আৰু জ্ঞানৰ প্ৰচুৰ আশীৰ্বাদ দিয়ক, যাতে আমাৰ ৰাষ্ট্ৰৰ শক্তি আৰু অধিক বৃদ্ধি হয়’, শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছে;
‘সকলো দেশবাসীক হনুমান জয়ন্তীৰ শুভেচ্ছা জনাইছো। এই শুভ মুহূৰ্তই সকলোৰে জীৱনত নতুন শক্তি আৰু উদ্যম কঢ়িয়াই আনক। মই কামনা কৰিছো যে পৱন পুত্ৰ হনুমান জীয়ে সকলোকে শক্তি, বুদ্ধিমত্তা আৰু শিক্ষাৰ আশীৰ্বাদ দিয়ক, যিয়ে দেশৰ শক্তি আৰু অধিক বৃদ্ধি কৰিব। জয় বজৰংৱলী!’
सभी देशवासियों को हनुमान जन्मोत्सव की अनंत शुभकामनाएं। यह पावन अवसर हर किसी के जीवन में नई ऊर्जा और स्फूर्ति लेकर आए। मेरी कामना है कि पवनपुत्र हनुमान जी सभी को बल, बुद्धि और विद्या का भरपूर आशीर्वाद दें, जिससे देश का सामर्थ्य और बढ़े। जय बजरंगबली! pic.twitter.com/5pp2tqCYob
— Narendra Modi (@narendramodi) April 2, 2026
***
MJPS/VJ/MK