Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে


আজি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰীযুত নয়ব সিং ছাইনীয়ে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। X ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে প’ষ্ট কৰে, “হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী @NayabSainiBJP ডাঙৰীয়াই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”

***

MJPS/SR/SKS/MS