Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

হিমাচল প্ৰদেশৰ চাম্বাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ চাম্বাত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰিছে। “মোৰ চিন্তা সেই পৰিয়ালসমূহৰ সৈতে  আছে,  যিসকলে নিজৰ আপোনজনক হেৰুৱাইছে। আহতসকলে সোনকালে সুস্থ হৈ উঠক”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

হিমাচল প্ৰদেশৰ চাম্বাত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছো। মোৰ চিন্তা  নিজৰ আপোনজনক হেৰুৱাই পেলোৱা পৰিয়ালবোৰৰ সৈতে আছে। আহতসকলে অতি সোনকালে আৰোগ্য লাভ কৰক।

@narendramodi

********

MJPS/SS/VJ/DM