পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হোলী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “হোলীৰ এই পবিত্ৰ ক্ষণত সকলো দেশবাসীক বহুত বহুত শুভকামনা জনাইছো।”
***
AKT/AP/DB
होली के पावन पर्व की सभी देशवासियों को ढेरों शुभकामनाएं।
— Narendra Modi (@narendramodi) March 2, 2018
Wishing everyone a Happy Holi!