পি এম ইণ্ডিয়া
ভাৰতবৰ্ষত, ২০১৪ চনৰ পূৰ্বে ৩৫০ টকাতকৈও অধিক হোৱা এল.ই.ডি বাল্বৰ বৰ্তমান মূল্য মাত্ৰ ৪০-৪৫ টকা হোৱা দেখা গৈছে। তদুপৰি, যিসকলে সুলভমুল্যত ইয়াক ব্যৱহাৰ কৰি আছে, বছৰি ১৫০০০ কোটি টকাৰ বিদ্যুতৰ বিল বচাবলৈ সক্ষম হৈছে।
আজি প্ৰতিগৰাকী ভাৰতীয়ই নতুন ভাৰত নিৰ্মাণৰ সপোন বাস্তবায়িত কৰাৰ বাবে কাম কৰি আছে। আমি সেই দিশে গতি কৰি আছো য’ত দুখীয়াতকৈও দুখীয়ালোকসকলে সমান সুযোগ-সুবিধাৰে প্ৰগতি লাভ কৰিব পাৰিব, সপোন দেখিব পাৰিব আৰু সেইবোৰ পৰিপূৰ্ণ কৰিব পাৰিব।
বৰ্তমান, মই নিজৰ মাজতো এখন ক্ষুদ্ৰ ভাৰতবৰ্ষহে দেখা পাওঁ।দেশৰ বিভিন্ন ঠাইৰ লোকসকলে এক বিশাল ভাৰতবৰ্ষ নিমাৰ্ণৰ বাবে বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে।
আজিৰপৰা প্ৰায় ১০ বছৰ পূৰ্বে মই ওমান ভ্ৰমণ কৰিছিলো। গুজৰাটৰ মুখ্যমন্ত্ৰীৰ ৰূপত মই আফ্ৰিকালৈ গৈছিলো আৰু সেই ভ্ৰমণৰ সময়ছোৱাতেই ছালালাৰ মাজেৰে অতিক্ৰম কৰিছিলো।আপোনালোকক ওমানত লগ পাবলৈ আৰু আপেনালোকৰ মাজৰে এজন হ’বলৈ অত্যন্ত আগ্ৰহী আছিলো আৰু আজি সেই সৌভাগ্য প্ৰাপ্তি হ’ল। ওমান আৰু ভাৰতবৰ্ষৰ মাজৰ সম্পৰ্ক শ বছৰ, হাজাৰ বছৰ পুৰণি। বিগত তিনি বছৰ ধৰি যিবোৰ নীতি-নিয়মৰ প্ৰয়োজন সেইবোৰ প্ৰস্তুতকৰণৰ জৰিয়তে পুৰণি আৰু বন্ধু-ভাৱাপন্ন উপ-সাগৰীয় দেশবিলাকৰবিলাকৰ সৈতে সম্পৰ্ক স্থাপনৰ জৰিয়তে ভাৰতবৰ্ষক এক নতুন আকাৰ দিবলৈ বিচৰা হৈছে।
আপোনালোকে লক্ষ্য কৰিছে যে, উপ-সাগৰীয় দেশসমূহে কিদৰে ভাৰতবৰ্ষৰ উন্নয়ন আৰু বিকাশত আগ্ৰহ ব্যক্ত কৰিছে৷
প্ৰকৃততে, ওমানৰ লগত ভাৰতবৰ্ষৰ ঐতিহাসিক সম্পৰ্কই এক নতুন গতি লোৱা পৰিলক্ষিত হৈছে। ইয়াৰ সন্মানীয় ৰজা চুলতানৰো ভাৰতবৰ্ষৰ সৈতে এক অভিন্ন সম্পৰ্ক আছে। আজি এই ষ্টেডিয়ামত ইয়াৰ ৰজা চুলতানৰ বাবেই মই এক বৃহৎ সংখ্যক দৰ্শকৰ সন্মুখীন হ’বলৈ সক্ষম হৈছো।
দেশখনৰ সাধাৰণ মানুহৰ জীৱন-ধাৰণ প্ৰণালী সহজ কৰিবলৈ আমি ‘নূন্যতম চৰকাৰ-উৰ্ধতম শাসন’ নীতি অনুসৰণৰে কাম কৰি আছো।
আমি প্ৰক্ৰিয়াৰ সৰলীকৰণ, অ-প্ৰয়োজনীয় আইনবিলাক নিষিদ্ধ কৰা, চৰকাৰী কাৰ্যালয়বিলাকত ৪০-৫০ পৃষ্ঠাৰ পত্ৰবিলাক ৪-৫ পৃষ্ঠালৈ হ্ৰাস কৰা, সেইসমূহ অনলাইনৰ জৰিয়তে পূৰণ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা, জনসাধাৰণৰ সমস্যাবিলাকৰ ওপৰত গভীৰভাৱে আলোকপাত কৰা আৰু সেইবোৰৰ ওপৰত কাম কৰা ইত্যাদিবোৰ চৰকাৰৰ কাৰ্যকলাপৰ ভিতৰত অন্তৰ্ভূক্ত কৰি লৈছো।
বৰ্তমান, পৰিৱৰ্তনশীল ভাৰতবৰ্ষত দৰিদ্ৰ লোকসকলে বেংকৰ পৰা বিমূখ হৈ উভতিব লগা নহয়। এই পৰিৰ্ৱতনশীল ভাৰতবৰ্ষতেই ভাৰত চৰকাৰে ঘৰে ঘৰে গৈ গেছ আৰু বিদ্যুতৰ সংযোগ আগবঢ়াইছে।
দুখীয়ালোকসকলে প্ৰতিদিনে ৯০ পইচা আৰু প্ৰতি মাহত ১ টকাৰ বিনিময়তে জীৱন আৰু সুৰক্ষা বীমা পাবলৈ সক্ষম হৈছে। এই আঁচনিৰ অধীনত দাবী(ক্লেইম)হিচাপে দুখীয়া ব্যক্তিলৈ ২০০০ কোটি টকা আগবঢ়োৱা হৈছে৷
আমি এনেকুৱা কিছুমান আঁচনি বাজেটত উপস্থাপন কৰিছো, যিবোৰে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।‘আয়ুষ্মান ভাৰত যোজনা’ৰ অধীনত ভাৰতবৰ্ষৰ প্ৰায় ১০ কোটি দুখীয়া পৰিয়াললৈ অৰ্থাৎ ৪০-৪৫ কোটি নাগৰিকলৈ স্বাস্থ্য বীমা আগবঢ়োৱা হ’ব। দুখীয়া পৰিয়াললৈ প্ৰায় ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ আশ্বাস দিয়া হৈছে।
বৰ্তমান, দেশখনৰ পৰৱৰ্তী প্ৰজন্মৰ বিকাশ সাধন কৰাও ২১ শতিকাৰ বাবে গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। বিশেষকৈ, আমি যাতায়ত-ব্যৱস্থা উন্নতি কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে যাতে বিভিন্ন উপাদান ইটো-আনটোৰ পৰিপূৰক হ’ব পাৰে।
ঘাই-পথ,বিমান-পথ,ৰেল-পথ আৰু জল-পথ এই আটাইবোৰক প্ৰয়োজন অনুসৰি একত্ৰিত কৰাৰ ব্যৱস্থা কৰা হৈছে।
‘ভাৰতমালা আঁচনি’ৰ অধীনত ৫৩ হাজাৰ কি:মি: দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাই-পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। দেশখনৰ বিভিন্ন প্ৰান্তত ৰেল-পথৰ ক’ৰিড’ৰসমূহৰ মেৰামতিৰ কামো চলি আছে।দেশখনৰ ১১ খন ডাঙৰ চহৰলৈ মেট্ৰ’ ৰেল-ব্যৱস্থাৰ প্ৰসাৰণ ঘটিছে।সাগৰমালা আঁচনিৰ অধীনত দেশখনৰ উপকূল অঞ্চলসমূহৰ অৰ্থ-ব্যৱস্থা আৰু আন্তঃগাঁঠনি সম্পৰ্কীয় উন্নয়নমূলক কাৰ্যসূচীৰ পৰিচালনা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
মাছমৰীয়া সম্প্ৰদায়ৰ ভাইসকলৰ বাবে আমি এক ‘নীলা বিপ্লৱ আঁচনি’ৰ কাম হাতত লৈছো আৰু মাছ ধৰিব পৰা আধুনিক নৌকা ক্ৰয়ৰে তেওঁলোকলৈ আমি সহায় আগবঢ়াইছো। তদুপৰি চৰকাৰে দেশৰ ১১০ টা জলপথৰ উন্নয়নৰ কাম হাতত লৈছে।
ভাৰতবৰ্ষ এতিয়া সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পিছ পৰি থকা নাই। নিৰ্ধাৰিত সময়ৰ ভিতৰতে ভাৰতবৰ্ষত লক্ষ্যবোৰ সমাপ্ত হোৱা পৰিলক্ষিত হৈছে। ভাৰতবৰ্ষৰ কৰ্ম সংস্কৃতি সলনি হোৱাৰ এয়া এক উদাহৰণ৷ এয়া নতুন ভাৰতবৰ্ষৰ এক উদাহৰণ।
দেশৰ পুঁজিসমূহ ৰাহি কৰিব পৰা যায়, যেতিয়া দেশৰ সিদ্ধান্তসমূহ স্পষ্ট বিবেক আৰু এক সুপৰিকল্পিত নীতিৰে লোৱা হয়৷ যেতিয়া কামবিলাক দক্ষতাৰে সম্পন্ন কৰা হয় আৰু দেশখনৰ সম্পদবোৰৰ যেতিয়া সদ্বব্যৱহাৰ কৰা হয়, তেতিয়া দেশৰ পুঁজি ৰাহি কৰিব পৰা যায়।
দেশৰ প্ৰগতি আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ পথত মই আপোনালোককো গুৰুত্বপূৰ্ণ অংশীদাৰ ৰূপে গণ্য কৰো। নতুন ভাৰতবৰ্ষ নিৰ্মাণৰ সপোন পৰিপূৰ্ণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ অংগীকাৰৰ প্ৰভাৱ ভাৰতবৰ্ষতো পৰিলক্ষিত হ’ব।
***
AKT/NT/MS
आज अपने सामने, मैं मिनी इंडिया को देख रहा हूं। देश के अलग-अलग कोनों से आए भारतीय, अलग-अलग क्षेत्रों में काम करने वाले भारतीय, एक भव्य तस्वीर का निर्माण कर रहे हैं: PM @narendramodi https://t.co/u2qXGHvhoy
— PMO India (@PMOIndia) February 11, 2018
मैं ओमान करीब दस साल पहले आया था। गुजरात के मुख्यमंत्री के तौर पर मेरी अफ्रीका की एक विजिट थी, और इसी दौरान मैं ‘सलाला’ से होकर गुजरा था। मेरा बहुत दिन से ओमान आने का, आपके बीच आने का, आपसे मिलने का मन था। ये अवसर आज आया है: PM @narendramodi https://t.co/u2qXGHvhoy
— PMO India (@PMOIndia) February 11, 2018
भारत और ओमान के बीच संबंध सैकड़ों-हजारों वर्ष पुराने हैं: PM @narendramodi
— PMO India (@PMOIndia) February 11, 2018
पिछले 3 साल से हम किस प्रकार एक नीति बनाकर खाड़ी के देशों के साथ भारत के पुराने और दोस्ती भरे रिश्तों को आज के समय के मुताबिक एक नया जामा पहना रहे हैं। अपने यह भी गौर किया होगा कि भारत की बढ़ती हुई प्रगति और साख के साथ-साथ खाड़ी देशों की भारत में रूचि कितनी बढ़ गई है: PM
— PMO India (@PMOIndia) February 11, 2018
जाहिर सी बात है कि ओमान के साथ भारत के ऐतिहासिक संबंधों में भी एक नई momentum आई, एक नई गति आई: PM @narendramodi https://t.co/u2qXGHvhoy
— PMO India (@PMOIndia) February 11, 2018
His Majesty Sultan का भी भारत से अभिन्न नाता है। आज इतनी बड़ी संख्या में आप सब से मुखातिब होने के लिए His Majesty Sultan के नाम पर स्टेडियम में मेरी मौजूदगी एक विशेष महत्व रखता है: PM @narendramodi
— PMO India (@PMOIndia) February 11, 2018
यह इस बात का भी प्रतीक है कि स्वयं His Majesty Sultan और ओमान भारत और भारतीयों के साथ कितनी आत्मीयता दिखाई है। इस निहायत special gesture के लिए हम उनके बहुत कृतज्ञ हैं: PM @narendramodi
— PMO India (@PMOIndia) February 11, 2018
आज हर भारतीय न्यू इंडिया के संकल्प को पूरा करने के लिए काम कर रहा है। हम एक ऐसे भारत के निर्माण की तरफ बढ़ रहे हैं जहां गरीब से गरीब व्यक्ति को भी आगे बढ़ने के समान अवसर मिलें, जहां गरीब से गरीब व्यक्ति भी सपने देख सके, उन्हें पूरा कर सके: PM @narendramodi
— PMO India (@PMOIndia) February 11, 2018
Minimum Government - Maximum Governance के मंत्र के साथ हम देश के आम नागरिक की जिंदगी को आसान बनाने के लिए काम कर रहे हैं: PM @narendramodi
— PMO India (@PMOIndia) February 11, 2018
प्रक्रियाओं को सरल बनाना, अनावश्यक कानूनों को खत्म करना, सरकारी दफ्तरों में चालीस, पचास पेज के फॉर्म को कम करके 4-5 पर लाना, उन्हें ऑनलाइन भरने की व्यवस्था बनाना, लोगों की शिकायतों को गंभीरता से सुना जाना, उन पर कार्रवाई होना, इन कार्यों को हमने सरकार के कल्चर में शामिल किया: PM
— PMO India (@PMOIndia) February 11, 2018
बदले हुए भारत में अब गरीब को बैंकों से दुत्कार कर नहीं भगाया जाता, बदले हुए भारत में अब सरकार घर पर आकर गैस कनेक्शन दे रही है, बिजली कनेक्शन दे रही है: PM @narendramodi
— PMO India (@PMOIndia) February 11, 2018
गरीबों को सिर्फ 90 पैसे प्रतिदिन और एक रुपए महीना के प्रीमियम पर जीवन और सुरक्षा बीमा दिया जा रहा है। इन बीमा योजनाओं के तहत गरीबों को 2 हजार करोड़ रुपए की क्लेम राशि भी दी जा चुकी है: PM @narendramodi
— PMO India (@PMOIndia) February 11, 2018
बजट में हमने एक ऐसी योजना का ऐलान किया है जो पूरी दुनिया का ध्यान खींच रही है। आय़ुष्मान भारत योजना के माध्यम से हमने देश के 10 करोड़ गरीब परिवारों, यानि करीब 45 से 50 करोड़ लोगों को हेल्थ एश्योरेंस दिया है। एक परिवार को एक साल में 5 लाख रुपए तक के मुफ्त इलाज का भरोसा दिया है: PM
— PMO India (@PMOIndia) February 11, 2018
देश में अब 21वीं सदी की जरूरत को ध्यान में रखते हुए Next Generation इंफ्रास्ट्रक्चर का निर्माण किया जा रहा है। विशेषकर ट्रांसपोर्ट सेक्टर को हम ऐसे तैयार कर रहे हैं कि वो एक दूसरे को Support करने वाले बनें: PM @narendramodi
— PMO India (@PMOIndia) February 11, 2018
Highway, Airway, Railway, Waterway, सभी को एक दूसरे की जरूरत के हिसाब से integrate किया जा रहा है: PM @narendramodi
— PMO India (@PMOIndia) February 11, 2018
भारतमाला प्रोजेक्ट के तहत 53 हजार किलोमीटर नेशनल हाईवेज बनाने का काम शुरू किया है। देश के अलग-अलग क्षेत्रो में रेलवे कॉरिडोर्स पर काम चल रहा है। 11 बड़े शहरों में मेट्रो का विस्तार भी किया जा रहा है: PM @narendramodi
— PMO India (@PMOIndia) February 11, 2018
देश की Coastal Economy और उससे जुड़े इंफ्रास्ट्रक्चर को डवलप करने के लिए हम सागरमाला नाम से भी एक कार्यक्रम चला रहे हैं: PM @narendramodi
— PMO India (@PMOIndia) February 11, 2018
मछुवारे भाईयों के लिए हमने Blue Revolution स्कीम शुरू की है और उन्हें आधुनिक ट्रॉलर्स खरीदने के लिए आर्थिक मदद दे रहे हैं। सरकार देश में 110 से ज्यादा WaterWays भी विकसित कर रही है: PM @narendramodi
— PMO India (@PMOIndia) February 11, 2018
अब भारत में फैसलों को टाला नहीं जाता, चुनौतियों से टकराया जाता है। लक्ष्य तय करके योजनाओं को समय पर पूरा किया जाता है। ये भारत में बदलते हुए Work Culture का उदाहरण है। न्यू इंडिया का उदाहरण है: PM @narendramodi
— PMO India (@PMOIndia) February 11, 2018
जब साफ नीयत और स्पष्ट नीति के साथ निर्णय लिए जाते हैं, तो देश का पैसा बचता है। जब Efficient तरीके से काम किया जाता है, जब मौजूदा संसाधनों का अच्छे से अच्छा उपयोग किया जाता है, तब देश का पैसा बचता है: PM @narendramodi
— PMO India (@PMOIndia) February 11, 2018
वर्ष 2014 से पहले जो LED बल्ब हमारे यहां साढ़े तीन सौ रुपए से ज्यादा का मिला करता था, वो अब 40-45 रुपए में मिलने लगा है। सस्ते LED के अलावा, जो लोग अपने घरों में इनका इस्तेमाल कर रहे हैं, उन्हें हर साल 15 हजार करोड़ रुपए की अनुमानित बचत बिजली बिल में हो रही है: PM @narendramodi
— PMO India (@PMOIndia) February 11, 2018
मैं आपको देश के विकास का, राष्ट्र निर्माण का महत्वपूर्ण हिस्सेदार मानता हूं, पार्टनर मानता हूं। न्यू इंडिया के सपने को पूरा करने में आपके संकल्पों का प्रभाव भारत में भी दिखाई देगा: PM @narendramodi
— PMO India (@PMOIndia) February 11, 2018