Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

১২ অক্টোবৰত এনএইচআৰচিৰ ৰূপালী জয়ন্তী প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ অক্টোবৰ তাৰিখে নতুন দিল্লীত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (এনএইচআৰচি)ৰ ৰূপালী জয়ন্তী প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিব৷

এই উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা ডাক টিকটো প্ৰকাশ কৰিব৷ তাৰোপৰি তেওঁ এনএইচআৰচিৰ এটা নতুন সংস্কৰণৰ ৱেৱছাইটো মুকলি কৰিব৷ এই ৱেবছাইটো ব্যৱহাৰৰ বাবে অধিক বন্ধুত্বসূলভ হ’ব৷

প্ৰধানমন্ত্ৰী উপস্থিত ব্যক্তিসকলৰ সন্মুখত ভাষণ প্ৰদান কৰিব৷

*****

AKT/KP/SBP/MANN