পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ বছৰ অনূৰ্ধ্বৰ ফিফা বিশ্বকাপত অংশগ্ৰহণকাৰী সকলো দলক আদৰণী আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “১৭ বছৰ অনূৰ্ধ্বৰ ফিফা বিশ্বকাপত অংশগ্ৰহণকাৰী সকলো দলক আদৰণী আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। মই নিশ্চিত যে ফুটবলপ্ৰেমীক ১৭ বছৰ অনূৰ্ধ্বৰ ফিফা বিশ্বকাপে সুন্দৰ মনোৰঞ্জন দিব।”
*****
AKT/AK/DB
A warm welcome and best wishes to all teams taking part in the @FIFAcom. I am sure #FIFAU17WC will be a treat for football lovers.
— Narendra Modi (@narendramodi) October 6, 2017