পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯১৮ত হাইফাৰ স্বাধীনতাৰ অৰ্থে প্ৰাণ আহুতি দিয়া সাহসী ভাৰতীয় সেনাসকলৰ প্ৰতি প্ৰণাম জনায়।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “হাইফা দিবস উপলক্ষে মই ১৯১৮ত হাইফাৰ স্বাধীনতাৰ অৰ্থে প্ৰাণ আহুতি দিয়া সাহসী ভাৰতীয় সেনাসকলৰ প্ৰতি প্ৰণাম জনাইছোঁ।
জুলাইত হাইফা ভ্ৰমণ কৰি সুখী হ’লো আৰু তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰো।”
*****
AKT/SH/DB