পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৭ চনৰ এচিয়া কাপ জয় কৰা ভাৰতীয় মহিলা হকী দললৈ অভিনন্দন জ্ঞাপন কৰিছে।
“২০১৭ চনৰ এচিয়া কাপ জয় কৰা ভাৰতীয় মহিলা হকী দললৈ অভিনন্দন জ্ঞাপন কৰিছো। তেওঁলোকৰ এনে প্ৰদৰ্শনত সমগ্ৰ ভাৰতে গৌৰৱ অনুভৱ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
AKT/NT/PRK
Congratulations to our hockey team on winning the Women's #AsiaCup2017. India is delighted by their stellar performance.
— Narendra Modi (@narendramodi) November 5, 2017