পি এম ইণ্ডিয়া

দেশৰ মূখ্য ন্যায়াধীশ শ্ৰী দীপক মিশ্ৰ, মন্ত্ৰীসভাৰ মোৰ সহযোগী বিধি আৰু ন্যায়মন্ত্ৰী শ্ৰী ৰবিশংকৰ প্ৰসাদ, আইন পৰিষদৰ অধ্যক্ষ ন্যায়াধীশ ড০ বি এচ চৌহান, নীতি আয়োগৰ উপাধক্ষ্য ড০ ৰাজীৱ কুমাৰ, বিধি আৰু ন্যায় দপ্তৰৰ ৰাজ্য মন্ত্ৰী শ্ৰী পি পি চৌধুৰী, সভাত উপস্থিত ৰাইজ তথা ভাতৃ-ভগ্নীসকল,
ভাৰতীয় গণতন্ত্ৰৰ বাবে আজিৰ দিনটো পবিত্ৰ তথা গুৰুত্বপূৰ্ণ।আমাৰ সংবিধান আমাৰ গণতন্ত্ৰৰ আত্মাস্বৰূপ। ৬৮ বছৰ পূৰ্বে এক ঐতিহাসিক ক্ষণত এই আত্মাক গৃহীত কৰা হৈছিল।এখন ৰাষ্ট্ৰ হিচাপে সেই দিনটোতে আমি নিৰ্ণয় কৰিছিলো যে আমি কেনেধৰণৰ নিয়মৰ মাজেৰে কোন দিশে ধাৱমান হ’ম।সেই নিয়ম, সেই সংবিধান আমাৰ বাবে পূজ্য তথা অতি পবিত্ৰ।
আজিৰ দিনটোত সংবিধান প্ৰণেতাসকলক স্মৰণ কৰা উচিত।স্বাধীনতাৰ পিছত কোটি কোটি জনতাই নতুন আশাৰে আগুৱাই যোৱাৰ সপোন দেখিছিল।যিসময়ত বিপৰীত পক্ষ শক্তিশালী আছিল, সেই সময়ত সংবিধান প্ৰস্তুত কৰি সৰ্বজনৰদ্বাৰা গৃহীত কৰোৱা সহজ কাম নাছিল।যি দেশত ডজনৰো অধিক ধৰ্ম, শতাধিক ভাষা, ১৭০০ তকৈও অধিক উপভাষা আছে, চহৰ-গাওঁ আনকি জংঘলতো মানুহ থাকে, সেই সকলোকে একেলগ কৰি, সকলোৰে আস্থাক সন্মান জনাই এক ঐতিহাসিক দস্তাবেজ প্ৰস্তুত কৰা সহজ একেবাৰেই নাছিল।
ইয়াত উপস্থিত সকলো লোকেই এটা কথাৰ সাক্ষী যে সংবিধানখনে বহুবাৰ সময়ৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগা হৈছে আৰু প্ৰতিবাৰেই সফলতাৰে উত্তীৰ্ণ হৈছে।
এনে কোনো বিষয় নাই যাৰ ব্যাখ্যা আমাৰ ভাৰতীয় সংবিধানত নাই। সংবিধানৰ সেই শক্তিৰ কথা বুজিয়েই সংবিধান সভাৰ শেষৰজন অধ্যক্ষ শ্ৰী সচ্চিদানন্দ সিনহাই কৈছিল – “মানুহৰদ্বাৰা ৰচিত যদি কিবা অমৰ ৰচনা আছে, তেন্তে সি হ’ল ভাৰতীয় সংবিধান।”
আমাৰ সংবিধান যিমান জীৱিত সিমানেই সংবেদনশীল। যিমান জৱাবদিহী হ’বলগা হয়, সিমানেই সক্ষমো। বাবাচাহেৱ ভীমৰাও আম্বেদকাৰে নিজেই কৈ গৈছে –“এইখন কাৰ্যকৰী, সুচল তথা শান্তি অথবা যুদ্ধ যিকোনো সময়তে সকলোকে একগোট কৰি ৰাখিব পৰাকৈ শক্তিশালী।” বাবাচাহেৱে এইটোও কৈছে যে – “সংবিধানক আগত ৰাখি যদি কিবা ভুলো হয়, তেন্তে সেই ভুল সংবিধানৰ নহয়, তাক পালন কৰা সংস্থাৰহে হ’ব।”
ভাতৃ-ভগ্নীসকল, এই ৬৮ বছৰে এজন অভিভাৱকৰদৰে সংবিধানে আমাক সঠিক ৰাস্তাৰে আগবঢ়িবলৈ শিকাইছে। এজন অভিভাৱকৰদৰে সংবিধানে আমাৰ দেশৰ গণতন্ত্ৰক পথভ্ৰষ্ট হোৱাৰ পৰা ৰক্ষা কৰি আহিছে। এই অভিভাৱকৰ পৰিয়ালৰ সদস্য হিচাপে আজি আমি সকলো এই সভাঘৰত উপস্থিত আছো।চৰকাৰ, ন্যায়পালিকা, প্ৰশাসন- সকলো এই পৰিয়ালৰ সদস্য।
বন্ধুসকল, আজি সংবিধান দিৱসে আমাৰ আগত এক মহত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত কৰিছে।আমি এটা পৰিয়ালৰ সদস্য হিচাপে আমাৰ অভিভাৱকে বিচৰা ধৰণে নিজৰ মৰ্যদাক পালন কৰিছোনে? এটা পৰিয়ালৰ সদস্য হিচাপে আমি পৰস্পৰক সহায় কৰিছোনে?
ভাতৃ-ভগ্নীসকল, এই প্ৰশ্ন কেৱল ন্যায় ব্যৱস্থা বা চৰকাৰৰ লগত জড়িতসকলৰ বাবেই নহয়, সকলো সংস্থাৰ সন্মূখতে আহি পৰিছে যাৰ ওপৰত দেশৰ কোটি কোটি জনতাৰ আশা নিৰ্ভৰ কৰে। এই সংস্থাসমূহৰ এটা এটা পদক্ষেপে মানুহৰ জীৱনক প্ৰভাৱিত কৰিব পাৰে। প্ৰশ্ন উত্থাপিত হৈছে যে এই সংস্থাসমূহে দেশৰ প্ৰয়োজন অনুসৰি দেশৰ সমস্যা, প্ৰত্যাহ্বানসমূহ অনুধাৱন কৰি, জনতাৰ আশা-আকাংক্ষাক বুজিবলৈ চেষ্টা কৰি প্ৰচেষ্টা হাতত লৈছেনে? প্ৰশাসনিক প্ৰতিষ্ঠানসমূহে পৰস্পৰে পৰস্পৰৰ প্ৰতি সহায় সহযোগ আগবঢ়াইছেনে?
ভাতৃ-ভগ্নীসকল, ৭৫ বছৰৰ পূৰ্বে ১৯৪২ চনত গান্ধীজীয়ে যেতিয়া ভাৰত ত্যাগ আন্দোলনৰ আহ্বান জনাইছিল, তেতিয়া দেশত এক নতুন শক্তিৰ উদ্ভৱ হৈছিল।সকলো গাওঁ, চহৰ গলি এক নিৰ্দিষ্ট পথেৰে আগবাঢ়িছিল যাৰ ফলত পাঁচবছৰৰ ভিতৰত আমি স্বাধীনতা লাভ কৰিলো।
আজিৰপৰা পাঁচবছৰৰ পিছত আমাৰ স্বাধীনতা লাভৰ ৭৫ বছৰ পূৰ্ণ হ’ব।এই পাঁচবছৰত আমি একেলগ হৈ আমাৰ শক্তিসমূহৰ সঠিক ব্যৱহাৰৰদ্বাৰা আমাৰ মুক্তিযুঁজাৰুসকলৰ সপোনৰ নতুন ভাৰত গঢ়ি তুলিব লাগিব।
বন্ধুসকল, এইকথা আজি এই কাৰণেই গুৰুত্বপূৰ্ণ কিয়নো জনভাৱনাৰ এনে প্ৰৱলতা আমাৰ দেশত কেইবাদশকৰ পিছত উভতি আহিছে। ভাৰত আজি বিশ্বৰ ভিতৰতে সকলোতকৈ বেছি নৱযুৱক থকা দেশ।এই যুৱশক্তিক পথ দেখুৱাবৰ বাবে সকলো সংবিধানিক সংস্থা লগ হৈ কাম কৰাৰ প্ৰয়োজন আছে।
বিংশ শতিকাত আমি এবাৰ এই সুবিধা হেৰুৱাইছো।এতিয়া একবিংশ শতিকাৰ ভাৰতক নতুন শীৰ্ষলৈ লৈ যাবৰ বাবে, নতুন ভাৰত গঢ়িবৰ বাবে আমি সকলোৱে সংকল্প ল’ব লাগিব। এই সংকল্পৰে সকলোৱে একেলগে আগুৱাই যাব লাগিব।
ভাতৃ-ভগ্নীসকল, সমগ্ৰ প্ৰত্যাহ্বানক নেওচি কিদৰে আগুৱাই যাব পাৰি সেই কথা ড০ ৰাজেন্দ্ৰ প্ৰসাদে সংবিধান সভাৰ এক আলোচনাত বুজাই দিছিল। তেওঁ কৈছিল –
“আমি সকলোকে এই বিশ্বাস দিব খুজিছো যে দেশৰ পৰা দৰিদ্ৰতা, লেতেৰা, ভোক আৰু ৰোগ, ভেদভাৱ, শোষণ নোহৱা কৰি সকলোৱে শান্তিৰে জীয়াই থাকিব পৰা পৰিৱেশ গঢ়ি তুলিবলৈ সদায়ে প্ৰযত্ন কৰিম।আমি এক বিশাল অভিযান আৰম্ভ কৰিছো। আশা কৰিছো সকলোৰে পৰা আমি সহযোগ লাভ কৰিম”।
ভাতৃ-ভগ্নীসকল, সংবিধান নিৰ্মাতাসকলৰ এনে বিচাৰৰ ভিত্তিতেই আমাৰ সংবিধানখনক এক সামাজিক দস্তাবেজ হিচাপেও গ্ৰহণ কৰা হয়। ই কেৱল আইনী গ্ৰন্থ নহয়, এক সামাজিক দৰ্শন। ১৯৪৭ চনৰ ১৪ আগষ্টত ৰাজেন্দ্ৰ বাবুৱে কৈ যোৱা এই কথা আজিও সমানে গুৰুত্বপূৰ্ণ। দেশৰ সাধাৰণ নাগৰিকৰ জীৱনধাৰণৰ মান উন্নত কৰা আমাৰ সকলোৰে লক্ষ্য।
সেই বৈঠকতে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে এটা গুৰুত্বপূৰ্ণ কথা কৈছিল। তেওঁ কৈছিল – “আমি যদি উচ্চ পদত অধিষ্ঠিত লোকসকলৰ মাজত দুৰ্নীতি নিৰ্মূল কৰিব নোৱাৰো, স্বজন-তোষণ, পদৱীৰ প্ৰতি লালসা, ক’লাবজাৰ নিৰ্মূল কৰিব নোৱাৰো, তেন্তে আমি প্ৰশাসনক দক্ষ কৰি তুলিব নোৱিম।”
বন্ধুসকল, স্বাধীনতাৰ কিছুক্ষণ আগতে সকলোৰে মনত এক দায়িত্বশীলতা আছিল, আন্তৰিকতা আছিল। সেয়ে সকলোৱে একেলগ হৈ কাম কৰিব লাগিব। পৰিৱৰ্তিত পৰিস্থিতিত কিদৰে কাম কৰিব লাগে চিন্তা কৰিব লাগিব।আমি কাকো শুদ্ধ বা ভুল প্ৰতিপন্ন কৰিব নালাগে। নিজৰ দুৰ্বলতা তথা যোগ্যতা বুজিব লাগিব।
ভাতৃ-ভগ্নীসকল, এয়া ভাৰতৰ সোণালী সময়। ভাৰতত আত্মবিশ্বসৰ এনে এটা পৰিৱেশ আনিব লাগিব যে আমি আগবাঢ়ি যাব পাৰো। আমাৰ সামৰ্থ আৰু শক্তিৰ অভাৱ নাই। সময়ৰ কথাত ধ্যান ৰাখিব লাগিব।
আমি যদি ভাৱি থাকো যে আমাৰ আহিবলগা প্ৰজন্মই সকলো কাম কৰিব, তেন্তে ইতিহাসে আমাক কেতিয়াও ক্ষমা নকৰিব। আমি যি কৰিবলগা আছে এতিয়াই কৰিব লাগিব।
বন্ধুসকল, আমি নাথাকিলেও আমাৰ দেশ থাকিব। এখন সুৰক্ষিত, স্বাৱলম্বী আৰু স্বাভিমানী ভাৰত আমি এৰি থৈ যাব লাগিব।জীৱনধাৰণ সহজ কৰি তুলিব পৰা এখন ভাৰত আমি গঢ়ি তুলিব লাগিব।
বন্ধুসকল,সদায়ে মই এটা কথা মানি আহিছো যে চৰকাৰৰ কাম জনসাধাৰণক নিয়ন্ত্ৰণ কৰা নহয়, সুবিধা প্ৰদান কৰাহে।যোৱা তিনি বছৰত জীৱনধাৰণ সুচল কৰাৰ বাবে বিভিন্ন পদক্ষেপ যেনে, ক্ষীপ্ৰ আয়কৰ ব্যৱস্থা, ক্ষীপ্ৰ পাছপোৰ্ট ব্যৱস্থা আদি হাতত লোৱা হৈছে।
আপুনি দেখিছে যে ব্যৱস্থাত একধৰণৰ গতি আহিছে। সেই গতিয়ে ভাৰতৰ সকলো শ্ৰেণীৰ লোকৰে জীৱন সলনি কৰিছে, জীৱনধাৰণ সুচল কৰিছে।
এতিয়া চিন্তা কৰক, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত নোহোৱাৰ ফলত যুৱকসকলৰ কিমান সময় ৰাহি হৈছে, কিমান খৰচ কমিছে।আগতে যিবোৰ দস্তাবেজত গেজেটেড বিষয়াই চহী কৰিবলগীয়া হৈছিল, আজি সেই সমস্যাও নোহোৱা হৈছে।
বন্ধুসকল, আপোনালোকে শুনিলে আচৰিত হ’ব যে আমাৰ দেশত ২৭ হাজাৰ কোটি টকা বেনামী আছিল, সেই ধন কোনো শ্ৰমিকে, কৰ্মচাৰীয়ে নিজৰ পি এফ খাটাত জমা কৰিছিল, আৰু পিছলৈ ঠাই সলনি হোৱা বাবে সেই ধন তেওঁলোকে দাবী নকৰিলে।
এনে মধ্যবিত্ত শ্ৰমিক, কৰ্মচাৰীৰ সুবিধাৰ্থে সেয়ে বিশ্বজনীন খাটা নম্বৰৰ সুবিধা কৰা হৈছে। কৰ্মচাৰীয়ে এতিয়া য’তেই চাকৰি নকৰক কিয় বিশ্বজনীন খাটা নম্বৰৰ সহায়ত ধন উলিয়াব পাৰে।
বন্ধুসকল, বৃহদাৰণ্যক উপনিষদত কৈছেঃ আইন হ’ল সম্ৰাটৰো সম্ৰাট।আইনৰ ওপৰত আৰু একো নাই। আইনে ৰজাক শক্তি দিয়ে আৰু সৰ্বসাধাৰণক, দৰিদ্ৰক সক্ষম কৰিতোলে। আমাৰ চৰকাৰে সেই নীতি মতেই জীৱনধাৰণ সুচল কৰি তোলাৰ ক্ষেত্ৰত আগভাগ লৈছে।
যোৱা চাৰে তিনি বছৰত প্ৰায় ১২০০ আওপুৰণি আইনৰ সংস্কাৰ সাধন কৰা হৈছে। চৰ্দাৰ পেটেলে দেশখনত একতা ৰক্ষাৰ বাবে যিদৰে কাম কৰিছিল সেইদৰে আমি জি এছ টিৰ দ্বাৰা এক দেশ এক কৰৰ ব্যৱস্থা কৰিলো।
একেদৰে দিব্যাঙ্গসকলৰ বাবে থকা আইনৰ সংশোধন কৰা হ’ল। অনুসূচিত জাতি আৰু জনজাতিৰ আইন কঠোৰ কৰি তোলা হ’ল। বিল্ডাৰসকলৰ দৌৰত্ম্য ৰোধ কৰিবৰ বাবে ৰেৰা (RERA) প্ৰৱৰ্তন কৰা হ’ল। সাধাৰণ নাগৰিকৰ কল্যাণৰ অৰ্থে এই সকলোবোৰ কৰা হ’ল।
বন্ধুসকল, আজি ইয়াত উপস্থিত সকলোৱে জানে যে উচ্চতম ন্যায়ালয়ৰ আদেশৰ পিছতো ক’লাধনৰ বিপৰীতে SIT গঠন হওতে তিনিবছৰ লাগিল। আমাৰ চৰকাৰে শপত গ্ৰহণ কৰাৰ পিছতেই SIT গঠন হ’ল। ক’লাধন আৰু দুৰ্নীতিৰ বিৰুদ্ধে লোৱা পদক্ষেপে দৰিদ্ৰৰ অধিকাৰ, সাধাৰণ নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাত সহায় কৰে।
ভাতৃ-ভগ্নীসকল, আমি সৰু ডাঙৰ বৰু সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু সকলোবোৰ জনতাৰ সুবিধা চাই লৈছো। আমাৰ সিদ্ধান্ত সঠিকেই নহয়, সংবেদনশীলো। যোৱা তিনি বছৰত জীৱনধাৰণ সুচল কৰাৰ বাবে হাতত লোৱা বিভিন্ন পদক্ষেপৰপৰা ব্যৱসায় কৰা সহজ হোৱাৰ ফলত জীৱনধাৰণৰ ক্ষেত্ৰত যোগাত্মক প্ৰভাৱ পৰিছে। ২০১৪ চনৰ আৰম্ভণিতে ব্যৱসায় কৰা সহজ পৰিৱেশৰ ক্ষেত্ৰত ভাৰত ১৪২ নং স্থানত আছিল আৰু এতিয়া ১০০ নং স্থানলৈ উন্নীত হৈছে।
মই অতি সুখী যে আমাৰ ন্যায় ব্যৱস্থাইও এই ক্ষেত্ৰত যথেষ্ট পদক্ষেপ লৈছে। মই জানিবলৈ পাইছো যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ লোক আদালতত পৰি থকা ১৮ লাখ প্ৰি-লিটিগেশ্যন আৰু ২২ লাখ অসম্পূৰ্ণ গোচৰৰ শুনানী সম্পূৰ্ণ হৈছে।
ভাতৃ-ভগ্নীসকল, এই সংখ্যাই এটা কথাই প্ৰমাণ কৰে যে যিবিলাক বিবাদ আলোচনাৰ মাধ্যমেৰে সমাধান কৰা সম্ভৱ, সেইবোৰো আদালত পাইছেহি। মই নাজানো, এইবোৰ কিমান পুৰণি গোচৰ, কিন্তু এটা কথা নিশ্চিত যে এইবোৰৰ শুনানী সম্পূৰ্ণ হোৱাৰ ফলত আদালতৰ বোজা কমিছে।লোক আদালতৰ প্ৰতি আমাৰ শ্ৰদ্ধা বাঢ়িছে।
মই জানিবলৈ পাইছো যে মূখ্য ন্যায়াধীশে পৰি থকা গোচৰৰ শুনানী সম্পূৰ্ণ কৰিবলৈ সকলো আদালতৰ বিচাৰকসকললৈ পত্ৰও প্ৰেৰণ কৰিছে। এপিলৰ শুনানী দীঘলীয়া হোৱাটোক তেওঁ আমাৰ অপৰাধী ন্যায় ব্যৱস্থাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা বুলি অভিহিত কৰিছে।মই এটা পৰামৰ্শ অতি ভাল পাইছো যে কিছুমান গোচৰৰ শুনানীৰ বাবে বিশেষ আদালতৰ ব্যৱস্থা কৰিব পৰা যায়। পৰি থকা গোচৰৰ শুনানী সম্পূৰ্ণ কৰিবলৈ তামিলনাডু, গুজৰাট আদি ৰাজ্যত সন্ধ্যা আদালতৰো প্ৰয়োগ কৰিব পৰা যায়।
বন্ধুসকল, ন্যায় ব্যৱস্থাৰ বিস্তাৰে জনতাৰ জীৱনধাৰণ সহজ কৰি তুলিব পাৰে।ই-আদালত, ৰাষ্ট্ৰীয় ন্যায় তথ্য গ্ৰীড আদিৰ যিমানে বিস্তাৰ হ’ব, সিমানেই মানুহৰ আদালতলৈ আহোঁতে হোৱা কষ্ট কমিব। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দেশৰ আদালত আৰু কাৰাগাৰ সংযুক্ত কৰিব পাৰিলে কাৰাগাৰ প্ৰসাশন আৰু আদালত দুয়োপক্ষৰে কষ্ট লাঘৱ হ’ব।
মই জানিবলৈ পাইছো যে প্ৰায় ৫০০ আদালতৰ লগত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ইতিমধ্যে কাৰাগাৰসমূহ সংযুক্ত হৈছে।
মই টেলি-আইন আঁচনিৰ বিষয়ে জানিব পাৰিছো যাৰ জৰিয়তে দূৰ-দুৰণিত থকা গাঁৱৰ দুখীয়া লোকসকলক আইনী পৰামৰ্শ প্ৰদান কৰা সম্ভৱ হ’ব। এই আঁচনিৰ যিমানে বিস্তাৰ হ’ব, সিমানেই সাধাৰণ মানুহৰ উপকাৰ হ’ব।
ন্যায় ঘড়ীৰ নতুন চিন্তাধাৰাও মোৰ খুউৱ পছন্দ হৈছে। ন্যায় বিভাগত প্ৰতিষ্ঠাপন কৰা এই ঘড়ীয়ে সকলোতকৈ ভাল প্ৰদৰ্শন কৰা জিলা ন্যায়ালয়সমূহৰ তথ্য দি থাকিব। দেশৰ সকলো আদালততে এই ঘড়ী প্ৰতিষ্ঠাপনৰ যোজা কৰা হৈছে।
স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰতিযোগিতা আৰম্ভ কৰাৰ পিছত যিদৰে এই অভিযানে এক নতুন গতি লাভ কৰিলে, ঠিক সেইদৰে ন্যায় ঘড়ীৰ বিস্তাৰৰ ক্ষেত্ৰতো একেধৰণৰ প্ৰতিযোগিতা আৰম্ভ কৰিব পাৰিলে সকলো ক্ষেত্ৰতে সংশোধন সম্ভৱ হ’ব। মই আইনৰ বিশেষজ্ঞ নহয়, কিন্তু তথাপি মোৰ ধাৰণা যে আইন ব্যৱস্থাতো প্ৰতিযোগিতা সৃষ্টি কৰিব পাৰিলে ন্যায়ব্যৱস্থা সহজ হৈ পৰিব।
কালি ৰাষ্ট্ৰপতি মহোদয়েও এটা কথা উল্লেখ কৰিছিল যে দৰিদ্ৰসকলে ন্যায়লাভৰ বাবে আদালতলৈ আহিবলৈ ভয় কৰে। বন্ধুসকল, আমাৰ প্ৰচেষ্টা হ’ব লাগে যাতে দৰিদ্ৰসকলে ন্যায়লাভৰ বাবে আদালতলৈ আহিবলৈ ভয় নকৰে আৰু সময়মতে তথা কম খৰচত সকলোৱে ন্যায় পাব পাৰে।
বন্ধুসকল, আজি সংবিধান দিৱস উপলক্ষে মই সেইসকল যুৱকক বিশেষভাৱে অভিনন্দন জনাব খুজিছো যিসকলে ২০১৮ চনত ভোটাধিকাৰ লাভ কৰিব।একবিংশ শতিকাৰ ভাৰতৰ ইতিহাস ৰচনা কৰাৰ দায়িত্ব এইসকল যুৱকৰ হাতত আছে।
এই প্ৰসঙ্গতে আপোনালোকৰ আগত আন এটা কথা উত্থাপন কৰিব খুজিছো। কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিব পাৰি নেকি সেই বিষয়েও চিন্তা কৰি চাব পৰা যায়। কিছুনাম ৰাজনৈতিক দলৰ ওপৰত নিৰ্বাচনৰ সময়ত যথেষ্ট আৰ্থিক বোজা থাকে। নিৰ্বাচনৰ সময়ত সুৰক্ষা, অসামৰিক কৰ্মচাৰী আদিৰ ক্ষেত্ৰত হোৱা শকত অংকৰ খৰচৰ কথা চিন্তা কৰি এই ক্ষেত্ৰত যোগাত্মক আলোচনাৰে কেন্দ্ৰ তথা ৰাজ্যসমূহৰ নিৰ্বাচন একেলগে কৰি এই খৰচ হ্ৰাস কৰাৰ কথা চিন্তা কৰাৰ থল আছে।
কিছুমান দেশত নিৰ্বাচনৰ তাৰিখ নিৰ্দিষ্ট কৰি থোৱা থাকে। সকলোৱে জানে যে দেশত কোন তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ’ব, তাৰ ফলত নীতি নিৰ্ধাৰণ তথা ৰূপায়ণত যথেষ্ট সুবিধা হয়।
ভাৰতত অতীজতে কেন্দ্ৰ তথা ৰাজ্যসমূহৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হৈ গৈছে আৰু তাৰ ফল যোগাত্মক দেখা গৈছে। মই আজি সংবিধান দিৱসৰ পবিত্ৰ ক্ষণত এই বিষয়টো পুনৰ উত্থাপন কৰিলো আৰু এই বিষয়ে আলোচনা হ’ব বুলি আশা কৰিলো।
ভাতৃ-ভগ্নীসকল, আত্মসংযম নাথাকিলে ব্যক্তিয়েই হওক বা চৰকাৰেই হওক এদিন নহয় এদিন সংকটৰ সন্মখীন হ’বই। সেইদৰে ৰাজনীতিত শুচিবায়ুগ্ৰস্ততা, স্বচ্চতা অতি প্ৰয়োজন।যিকোনো ব্যক্তি, সংস্থা তথা চৰকাৰক নিজক শক্তিশালী কৰি ৰাখিবৰ বাবে আত্মসংযমৰ অতি প্ৰয়োজন।
সংবিধানৰ ৰাজহাড়স্বৰূপ বিষয়া, আইন আৰু ন্যায়পালিকাৰ মাজত সামঞ্জস্য থাকিব লাগে। ভাতৃ-ভগ্নীসকল, সেই ঐতিহাসিক সিদ্ধান্তৰ সময়ত উচ্চতম ন্যায়ালয়ে কৈছিল –
“সংবিধানৰ বুনিয়াদী স্বৰূপৰ অন্তৰ্গত সাংবিধানিক ক্ষেত্ৰত ভিন্ন তিনি অংগই সংবিধানে নিৰ্ধাৰিত কৰা সীমা পাৰ হৈ যাব নোৱাৰে। ই সংবিধানৰ প্ৰভুত্বৰ সিদ্ধান্তৰ প্ৰকৃত অৰ্থ।”
সংবিধানৰ এই শক্তিৰ কাৰণেই বাবাচাহেৱ আম্বেদকাৰে ইয়াক প্ৰাথমিক দস্তাবেজ আখ্যা দিছিল। কিয়নো ইয়াত বিষয়া, ন্যায় ব্যৱস্থা আৰু প্ৰশাসনৰ স্থিতিৰ পৰিভাষা লিখিত আছে।
ড০ আম্বেদকাৰে কৈছেঃ
“সংবিধানৰ লক্ষ্য কেৱল তিনিটা অংগৰ নিৰ্মাণ কৰাই নহয়, তাৰ অধিকাৰৰ সীমা নিৰ্ধাৰণ কৰাও হয়। সীমা নিৰ্ধাৰিত নহ’লে সংস্থাসমূহে নিৰংকুশভাৱে শোষণ আৰম্ভ কৰিব পাৰে। উচ্চতম ন্যায়ালয়ে কোনো আইনৰ ব্যাখ্যা দিয়াৰ সময়ত সম্পূৰ্ণ স্বাধীনতা পাব লাগে।”
বাবাচাহেৱ আম্বেদকাৰৰ এনে কথাৰ ওপৰত ভিত্তি কৰিয়েই আজি আমি এই অৱস্থাত উপনীত হৈছোহি। ১৯৬৭ চনত উচ্চতম ন্যায়ালয়ে কৈছেঃ
“আমাৰ সংবিধানে বিষয়া, ন্যায় ব্যৱস্থা আৰু প্ৰশাসনৰ স্থিতি তথা সীমা নিৰ্ধাৰিত কৰি দিছে। সংবিধানে আশা কৰে যে সকলোৱে নিজৰ সীমাৱদ্ধতাৰ মাজত থাকিয়ে নিজৰ শক্তি প্ৰয়োগ কৰে।”
ভাতৃ-ভগ্নীসকল, আজি আমি নতুন ভাৰতৰ সপেন পূৰ কৰিবৰ বাবে যথাসম্ভৱ প্ৰয়াস কৰি আছো। সেয়ে সংবিধানৰ প্ৰাসঙ্গিকতা আৰু বাঢ়িছে। নিজৰ সীমাৱদ্ধতাৰ মাজত থাকিয়ে আমি জনতাৰ আশা পূৰণ কৰিব লাগিব।
আজি সমগ্ৰ বিশ্বই ভাৰতলৈ আশাৰে বাট চাইছে। বহু দেশক ভাৰতে প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ পথ দেখুৱাইছে। বহু দেশে ভাৰতৰ বিকাশৰ লগত হাতে হাত ধৰি আগবাঢ়িছে।
বন্ধুসকল, মই আইন পৰিষদ আৰু নীতি আয়োগক এই আয়োজনৰ বাবে অভিনন্দন জনালো। সংবিধানৰ তিনিও পক্ষই আজি মুকলিকৈ তেওঁলোকৰ মত প্ৰকাশ কৰিলে। বহু বিদ্বান, বিজ্ঞ ব্যক্তিয়ে নিজৰ মত ব্যক্ত কৰিলে।সকলো মতৰে নিজৰ নিজৰ গুৰুত্ব আছে। গণতন্ত্ৰক শক্তিশালী কৰি ৰাখিবলৈ এনে অনুষ্ঠানৰ খুৱেই প্ৰয়োজন।
ভাতৃ-ভগ্নীসকল, আমি পৰস্পৰক শক্তিশালী কৰাতো আজি সময়ৰ আহ্বান। সকলোৱে যেতিয়া পাৰস্পৰিক সহযোগিতাৰে কাম কৰাৰ মনোভাৱ পোষণ কৰিব, তেতিয়াহে দেশৰ নাগৰিকে নিজৰ প্ৰাপ্য অধিকাৰ লাভ কৰিব।
বন্ধুসকল, অধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে কেতিয়াবা কৰ্তব্য পিছপৰি ৰয়, কিন্তু কৰ্তব্যক পিছত ৰাখি দেশ এখন আগবাঢ়িব নোৱাৰে।
মই পুনৰ সকলো দেশবাসীলৈ সংবিধান দিৱসৰ আন্তৰিক অভিনন্দন জনালো।
সকলোকে বহুত বহুত ধন্যবাদ !!!
জয় হিন্দ !!!
*****
AKT/SH/PR
भारतीय लोकतंत्र में आज का दिन जितना पावन है, उतना ही महत्वपूर्ण भी। हमारी लोकतांत्रिक व्यवस्थाओं की आत्मा अगर किसी को कहा जा सकता है तो वो हमारा संविधान है। इस आत्मा को, इस लिखित ग्रंथ को 68 वर्ष पहले स्वीकार किया जाना बहुत ऐतिसाहिक पल था।: PM @narendramodi
— PMO India (@PMOIndia) November 26, 2017
इस दिन एक राष्ट्र के तौर पर हमने तय किया था कि अब आगे हमारी दिशा किन निर्देशों पर होगी, किन नियमों के तहत होगी। वो नियम, वो संविधान जिसका एक-एक शब्द हमारे लिए पवित्र है, पूजनीय है। :PM
— PMO India (@PMOIndia) November 26, 2017
आज का दिन देश के संविधान निर्माताओं को नमन करने का भी दिन है। स्वतंत्रता के बाद जब करोड़ों लोग नई उम्मीदों के साथ आगे बढ़ने का सपना देख रहे हों, तो उस समय देश के सामने एक ऐसा संविधान प्रस्तुत करना, जो सभी को स्वीकार्य हो, आसान काम नहीं था। :PM
— PMO India (@PMOIndia) November 26, 2017
जिस देश में एक दर्जन से ज्यादा पंथ हों, सौ से ज्यादा भाषाएं हों, सत्रह सौ से ज्यादा बोलियां हों, शहर-गांव-कस्बों और जंगलों तक में लोग रहते हों, उनकी अपनी आस्थाएं हों, सबकी आस्थाओं का सम्मान करने के बाद ये ऐतिहासिक दस्तावेज तैयार करना आसान नहीं था। : PM
— PMO India (@PMOIndia) November 26, 2017
इस हॉल में बैठा हर व्यक्ति इस बात का गवाह है कि समय के साथ हमारे संविधान ने हर परीक्षा को पार किया है। हमारे संविधान ने उन लोगों की हर उस आशंका को गलत साबित किया है, जो कहते थे कि समय के साथ जो चुनौतियां देश के सामने आएंगी, उनका समाधान हमारा संविधान नहीं दे पाएगा।:PM
— PMO India (@PMOIndia) November 26, 2017
PM: ऐसा कोई विषय नहीं, जिसकी व्याख्या, जिस पर दिशा-निर्देश हमें भारतीय संविधान में ना मिलते हों। संविधान की इसी शक्ति को समझते हुए संविधान सभा के अंतरिम चेयरमैन श्री सचिदानंद सिन्हा जी ने कहा था-
— PMO India (@PMOIndia) November 26, 2017
“मानव द्वारा रचित अगर किसी रचना को अमर कहा जा सकता है तो वो भारत का संविधान है”।
हमारा संविधान जितना जीवंत है, उतना ही संवेदनशील भी। हमारा संविधान जितना जवाबदेह है, उतना ही सक्षम भी। : PM @narendramodi
— PMO India (@PMOIndia) November 26, 2017
खुद बाबा साहेब ने कहा – “ये workable है, ये flexible है और शांति हो या युद्ध का समय, इसमें देश को एकजुट रखने की ताकत है”। बाबा साहेब ने ये भी कहा था कि- “संविधान के सामने रखकर अगर कुछ गलत होता भी है, तो उसमें गलती संविधान की नहीं, बल्कि संविधान का पालन करवा रही संस्था की होगी”।
— PMO India (@PMOIndia) November 26, 2017
68 वर्षों में संविधान ने एक अभिभावक की तरह हमें सही रास्ते पर चलना सिखाया है।संविधान ने देश को लोकतंत्र के रास्ते पर बनाए रखा, उसे भटकने से रोका है। इसी अभिभावक के परिवार के सदस्य के तौर पर हम उपस्थित हैं। गवर्नमेंट, ज्यूडिशियरी, ब्यूरोक्रेसी हम सभी इस परिवार के सदस्य ही तो हैं
— PMO India (@PMOIndia) November 26, 2017
संविधान दिवस हमारे लिए एक महत्वपूर्ण प्रश्न लेकर आया है। क्या एक परिवार के सदस्य के तौर पर हम उन मर्यादाओं का पालन कर रहे हैं, जिसकी उम्मीद हमारा अभिभावक, हमारा संविधान हमसे करता है?
— PMO India (@PMOIndia) November 26, 2017
क्या एक ही परिवार के सदस्य के तौर पर हम एक दूसरे को मजबूत करने के लिए, एक दूसरे का सहयोग करने के लिए काम कर रहे हैं?
— PMO India (@PMOIndia) November 26, 2017
ये सवाल सिर्फ ज्यूडिशयरी या सरकार में बैठे लोगों के सामने नहीं, बल्कि देश के हर उस स्तंभ, हर उस पिलर, हर उस संस्था के सामने है, जिस पर आज करोड़ों लोगों की उम्मीदें टिकी हुई हैं। इन संस्थाओं का एक एक फैसला, एक एक कदम लोगों के जीवन को प्रभावित करता है।
— PMO India (@PMOIndia) November 26, 2017
सवाल ये है कि क्या ये संस्थाएं देश के विकास के लिए, देश की आवश्यकताओं को समझते हुए, देश के समक्ष चुनौतियों को समझते हुए, देश के लोगों की आशाओं-आकांक्षाओं को समझते हुए, एक दूसरे का सहयोग कर रही हैं? एक दूसरे को Support, एक दूसरे को strengthen कर रही हैं? :PM
— PMO India (@PMOIndia) November 26, 2017
75 वर्ष पहले जब 1942 में गांधी जी ने भारत छोड़ो आंदोलन का आह्वान किया था, तो देश एक नई ऊर्जा से भर गया था। हर गांव, हर गली, हर शहर, हर कस्बे में ये ऊर्जा सही तरीके से channelise होती रही और इसी का परिणाम था हमें पाँच वर्ष बाद आजादी मिली, हम स्वतंत्र हुए।: PM @narendramodi
— PMO India (@PMOIndia) November 26, 2017
पाँच साल बाद हम सब स्वतंत्रता के 75 वर्ष का पर्व मनाएंगे। हमें एकजुट होकर उस भारत का सपना पूरा करना है, जिस का सपना हमारे स्वतंत्रता सेनानियों ने देखा था। इसके लिए हर संस्था को अपनी ऊर्जा channelise करनी होगी, उसे सिर्फ न्यू इंडिया का सपना पूरा करने में लगाना होगा: PM
— PMO India (@PMOIndia) November 26, 2017
भारत आज दुनिया का सबसे नौजवान देश है। इस नौजवान ऊर्जा को दिशा देने के लिए देश की हर संवैधानिक संस्था को मिलकर काम करने की आवश्यकता है। 20वीं सदी में हम एक बार ये अवसर चूक चुके हैं। अब 21वीं सदी में न्यू इंडिया बनाने के लिए, हम सभी को संकल्प लेना होगा।: PM @narendramodi
— PMO India (@PMOIndia) November 26, 2017
स्वतंत्रता के इतने वर्षों बाद भी आंतरिक कमजोरियां दूर नहीं हुई हैं। इसलिए कार्यपालिका, न्यायपालिका और विधायिका, तीनों ही स्तर पर मंथन किए जाने की जरूरत है कि अब बदले हुए हालात में कैसे आगे बढ़ा जाए। अपनी-अपनी कमजोरियां हम जानते हैं, अपनी-अपनी शक्तियों को भी पहचानते हैं: PM
— PMO India (@PMOIndia) November 26, 2017
ये समय तो भारत के लिए Golden Period की तरह है। देश में आत्मविश्वास का ऐसा माहौल बरसों के बाद बना है। निश्चित तौर पर इसके पीछे सवा सौ करोड़ भारतीयों की इच्छाशक्ति काम कर रही है। इसी सकारात्मक माहौल को आधार बनाकर हमें न्यू इंडिया के रास्ते पर आगे बढ़ते चलना है। : PM @narendramodi
— PMO India (@PMOIndia) November 26, 2017
हम ये मानकर चलेंगे कि हमारे पास बहुत समय है, हम ये मानकर चलेंगे कि आने वाली पीढ़ियां ही सब करेंगी, सारे रिस्क उठाएंगी, तो इतिहास हमें कभी माफ नहीं करेगा। जो करना है हमें अभी करना है, इसी दौर में करना है। हम ये सोचकर नहीं रुक सकते कि इसके परिणाम आते-आते तो हम नहीं रहेंगे। : PM
— PMO India (@PMOIndia) November 26, 2017
हम भले ना रहें लेकिन ये देश तो रहेगा। हम भले ना रहें, लेकिन जो व्यवस्था हम देश को देकर जाएं वो सुरक्षित-स्वाभिमानी और स्वावलंबी भारत की व्यवस्था होनी चाहिए। एक ऐसी व्यवस्था, जो लोगों की जिंदगी को आसान बनाने वाली हो, Ease of Living बढ़ाने वाली हो।: PM @narendramodi
— PMO India (@PMOIndia) November 26, 2017
आज आप भी ये महसूस करते होंगे कि अब पासपोर्ट आपको कितनी जल्दी मिल जाता है। पिछली दो-तीन बार से आपको इनकम टैक्स रीफंड के लिए भी महीनों इंतजार नहीं करना पड़ता है।
— PMO India (@PMOIndia) November 26, 2017
सिस्टम में एक तेजी आ रही है। ये गति सिर्फ आप लोग ही नहीं, देश के मध्यम वर्ग, गरीब, सभी की जिंदगी को आसान बना रही है।: PM
कानून से ऊपर कुछ नहीं। कानून में ही राजा की शक्ति निहित है और कानून ही गरीबों को-कमजोरों को ताकतवर से लड़ने का हौसला देता है, उन्हें सक्षम बनाता है। इसी मंत्र पर चलते हुए हमारी सरकार ने भी नए कानून बनाकर और पुराने कानून खत्म करके Ease of Living को बढ़ाने का काम किया है।: PM
— PMO India (@PMOIndia) November 26, 2017
चाहे दिव्यांगों के लिए कानून में बदलाव का फैसला हो, ST/SC कानून को और सख्त करने का फैसला हो, या फिर बिल्डरों की मनमानी रोकने के लिए RERA, ये सभी इसलिए लिए गए ताकि आम नागरिक को रोजमर्रा की जिंदगी में होने वाली दिक्कत कम हो: PM @narendramodi
— PMO India (@PMOIndia) November 26, 2017
इस हॉल में मौजूद हर व्यक्ति को पता है कि सुप्रीम कोर्ट के आदेश के बावजूद कालेधन के खिलाफ जो SIT तीन साल तक टलती रही थी, उसका गठन इस सरकार ने शपथ लेने के तीन दिन के भीतर कर दिया था। ये फैसला भी जितना कालेधन और भ्रष्टाचार के खिलाफ था, उतना ही आम नागरिक से जुड़ा हुआ था।: PM
— PMO India (@PMOIndia) November 26, 2017
एक और innovative idea मुझे बहुत अच्छा लगा Justice Clock का। ये Clock अभी Department of Justice में लगाई गई है और इससे Top Performing District Courts के बारे में जानकारी मिलती है। Justice Clock, एक तरह से अदालतों को रैंकिंग देने वाली बात हुई।: PM @narendramodi
— PMO India (@PMOIndia) November 26, 2017
कल माननीय राष्ट्रपति जी ने भी चिंता व्यक्त की थी कि गरीब न्याय के लिए कोर्ट तक आने में घबराता है। हमारे सारे प्रयासों का परिणाम ये होना चाहिए कि गरीब कोर्ट से डरे नहीं, उसे समय पर न्याय मिले और कोर्ट की प्रक्रियाओं में उसका खर्च भी कम हो। : PM @narendramodi
— PMO India (@PMOIndia) November 26, 2017
संविधान दिवस के अवसर पर मैं उन युवाओं को भी विशेष शुभकामनाएं देना चाहता हूं जिन्हें एक जनवरी, 2018 से वोट देने का अधिकार मिलने जा रहा है। हम सभी की जिम्मेदारी इन युवाओं को ऐसी व्यवस्था देकर जाने की है, जो उन्हें और मजबूत करे, उनकी शक्ति बढ़ाए। : PM @narendramodi
— PMO India (@PMOIndia) November 26, 2017
2009 के लोकसभा चुनाव की ही बात करें तो उस साल चुनाव कराने में लगभग 1100 करोड़ का खर्च आया था। वहीं 2014 के लोकसभा चुनाव का खर्च लगभग 4 हजार करोड़ रुपए आया था । जब आचार संहिता लागू हो जाती है, तो सरकार उतनी आसानी से फैसले भी नहीं ले पाती। : PM @narendramodi
— PMO India (@PMOIndia) November 26, 2017
दुनिया के कई देश हैं जहां चुनाव की तारीख Fix रहती है। लोगो को पता रहता है कि देश में कब चुनाव होगा। इसका फायदा ये होता है कि देश हमेशा चुनाव के मोड में नहीं रहता, Policy Planning Process और implementation ज्यादा efficient रहता है और देश के संसाधनों पर अनावश्यक बोझ नहीं पड़ता: PM
— PMO India (@PMOIndia) November 26, 2017
एक साथ चुनाव का भारत पहले भी अनुभव कर चुका है और वो अनुभव सुखद रहा था। लेकिन हमारी ही कमियों की वजह से ये व्यवस्था भी टूट गई। मैं आज संविधान दिवस के इस शुभ अवसर पर इस चर्चा को आगे बढ़ाने का आग्रह करूंगा।: PM @narendramodi
— PMO India (@PMOIndia) November 26, 2017
न्यायपालिका, विधायिका और कार्यपालिका के बीच संतुलन हमारे संविधान की BackBone रहा है। इसी संतुलन की वजह से हमारा देश इमरजेंसी के दौरान लोकतंत्र की राह से भटकाए जाने की तमाम कोशिशों को खारिज कर सका था: PM @narendramodi
— PMO India (@PMOIndia) November 26, 2017
विश्व भारत की ओर उम्मीदों से देख रहा है। कितनी ही चुनौतियों का हल उन देशों को भारत में ही दिख रहा है। कितने ही देश भारत के विकास में कंधे से कंधा मिलाकर चलना चाहते हैं। Legislature, Executive और Judiciary को संविधान द्वारा तय की मर्यादाओं को ध्यान में रखते हुए आगे बढ़ना होगा: PM
— PMO India (@PMOIndia) November 26, 2017