পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ গ্লাছগো কমনৱেলথ গেমছত পুৰুষৰ ১১০+ কেজি ভাৰোত্তোলন প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰাৰ বাবে লাভপ্ৰীত সিঙক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে লাভপ্ৰীত সিঙে তেওঁৰ অসাধাৰণ প্ৰচেষ্টাৰ জৰিয়তে কমনৱেলথ গেমছত এক নতুন অভিলেখ ৰচনা কৰিছে।
শ্ৰী মোদীয়ে তেওঁৰ নিষ্ঠা আৰু সংকল্পক প্ৰশংসা কৰি তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
‘পুৰুষৰ ১১০+ কেজি শাখাত ৰূপৰ পদক জয় কৰাৰ বাবে লাভপ্ৰীত সিঙৰ অসাধাৰণ প্ৰদৰ্শন। এই খেলত তেওঁৰ অসাধাৰণ প্ৰচেষ্টাই কমনৱেলথ গেমছত এক নতুন অভিলেখ গঢ়িছে। তেওঁৰ নিষ্ঠা আৰু সংকল্প সঁচাকৈয়ে প্ৰশংসনীয়। ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁলৈ মোৰ শুভেচ্ছা জনালো।
#CWG2026’
Exceptional performance by Lovepreet Singh for winning a Silver in the Men’s +110kg event. His outstanding effort in the snatch set a new Commonwealth Games record too. His dedication and determination are truly admirable. My best wishes to him for the endeavours ahead.#CWG2026 pic.twitter.com/fwgvJ5G3Vv
— Narendra Modi (@narendramodi) July 31, 2026
***
MJPS/SS/ST/NB
Exceptional performance by Lovepreet Singh for winning a Silver in the Men's +110kg event. His outstanding effort in the snatch set a new Commonwealth Games record too. His dedication and determination are truly admirable. My best wishes to him for the endeavours ahead.#CWG2026 pic.twitter.com/fwgvJ5G3Vv
— Narendra Modi (@narendramodi) July 31, 2026