পি এম ইণ্ডিয়া
গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২৬ত পুৰুষৰ ডেকাথলন ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেজস্বীন শংকৰক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে দহটা ইভেণ্টতে তেজস্বীন শংকৰে সকলো দিশতে এক ব্যতিক্ৰমী প্ৰদৰ্শন আগবঢ়াইছে।
শ্ৰী মোদীয়ে তেওঁক এই কৃতিত্বৰ বাবে অভিনন্দন জনাই আগন্তুক বছৰবোৰতো তেওঁৰ অবিৰত সফলতা কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;
“ভাৰতীয় খেলুৱৈসকলে ইতিহাস সৃষ্টি কৰি আমাৰ দেশখনক গৌৰৱান্বিত কৰি ৰাখিছে!
গ্লাছগো কমনৱেলথ গেমছত পুৰুষৰ ডেকাথলন ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছে তেজস্বীন শংকৰে। ১০টা ইভেণ্টত তেওঁ ব্যতিক্ৰমী প্ৰদৰ্শন আগবঢ়ায়। তেওঁক অভিনন্দন। তেওঁ জিলিকি থাকিব। মোৰ শুভেচ্ছা থাকিল।
#CWG2026”
Indian athletes continue to create history and make our nation proud!
Tejaswin Shankar wins a Bronze in the Men’s Decathlon event at the Glasgow CWG. He delivered an exceptional all-round performance across 10 events. Congrats to him. May he continue to shine. My best wishes.… pic.twitter.com/nUnRVxQbAy
— Narendra Modi (@narendramodi) August 1, 2026
***
MJPS/SS/ST/DM
Indian athletes continue to create history and make our nation proud!
— Narendra Modi (@narendramodi) August 1, 2026
Tejaswin Shankar wins a Bronze in the Men's Decathlon event at the Glasgow CWG. He delivered an exceptional all-round performance across 10 events. Congrats to him. May he continue to shine. My best wishes.… pic.twitter.com/nUnRVxQbAy