পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ গ্লাছগো কমনৱেলথ গেমছৰ মহিলাৰ ডিছকাছ থ্ৰ’ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে সীমাক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে সীমাই ৫৮.৬৫ মিটাৰৰ শ্ৰেষ্ঠ থ্ৰ’ৰে এই পদক লাভ কৰিছে।
শ্ৰী মোদীয়ে কয় যে তেওঁৰ সাফল্যই ভাৰতক গৌৰৱান্বিত কৰাৰ লগতে দেশৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিছে। খেলুৱৈগৰাকীৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁ শুভেচ্ছা জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰিছে;
‘মহিলাৰ ডিছকাছ থ্ৰ’ ইভেণ্টত ৫৮.৬৫ মিটাৰৰ সৰ্বশ্ৰেষ্ঠ থ্ৰ’ৰে ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে সীমাক অভিনন্দন জনাইছো। তেওঁৰ প্ৰচেষ্টাই ভাৰতক গৌৰৱান্বিত কৰিছে আৰু আমাৰ দেশৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিছে। ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁক শুভেচ্ছা জনাইছো।
#CWG2026’
Congratulations to Seema for securing a Bronze in the Women’s Discus Throw event with a best throw of 58.65m. Her efforts have made India proud and motivated the youth of our nation. Wishing her the very best for the endeavours ahead. #CWG2026 pic.twitter.com/vDkf1OiNeX
— Narendra Modi (@narendramodi) July 31, 2026
***
MJPS/SS/ST/NB
Congratulations to Seema for securing a Bronze in the Women's Discus Throw event with a best throw of 58.65m. Her efforts have made India proud and motivated the youth of our nation. Wishing her the very best for the endeavours ahead. #CWG2026 pic.twitter.com/vDkf1OiNeX
— Narendra Modi (@narendramodi) July 31, 2026