Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাখী বন্ধন উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাখী বন্ধন উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাখী বন্ধনৰ এই পবিত্ৰ উৎসৱ উপলক্ষে সমগ্ৰ দেশবাসীলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো।”

***

AKT/SH/DB