Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ দৃষ্টিভংগী তথা কৰ্মৰ পৰা দেশখনে সদায় প্ৰেৰণা লাভ কৰি যাব বুলি দৃঢ়তাৰে মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী ভাৰতীয়ৰ প্ৰগতিৰ বাবে কাম কৰি যাবলৈ আৰু দেশখনক  প্ৰগতিৰ দিশত আগুৱাই নি সমৃদ্ধিশালী কৰি তোলাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

এক্সত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে-

“আজি পুৱা ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালোঁ। তেওঁৰ দৃষ্টিভংগী আৰু কামৰ পৰা আমি সদায় প্ৰেৰণা লাভ কৰি যাম। আমি প্ৰতিগৰাকী ভাৰতীয়ৰ প্ৰগতিৰ বাবে কাম কৰি যাম আৰু আমাৰ দেশখনক  প্ৰগতিশীল কৰাৰ লগতে সমৃদ্ধিশালী কৰি যাম।”

 

***

MJPS/SS/PRK/DM