Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাজা পৰ্ব উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজা পৰ্ব উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।

এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

” আনন্দময় ৰাজা পৰ্ব উপলক্ষে আন্তৰিক শুভেচ্ছা জনালোঁ। এই বিশেষ উৎসৱে সমাজত সুখ আৰু সম্প্ৰীতিৰ মনোভাৱ গভীৰ কৰক। সকলোৱে সমৃদ্ধি আৰু সুস্বাস্থ্যৰে আশীৰ্বাদ লাভ কৰক”

***

MJPS/SS/ST/DD