Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰামবিলাস পাছৱানজীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানজীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, “সমাজৰ বঞ্চিত আৰু দুৰ্বল শ্ৰেণীৰ উত্থানত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। জনসেৱা আৰু ৰাষ্ট্ৰীয় সেৱাৰ প্ৰতি ঐকান্তিক নিষ্ঠাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰে :

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানজীলৈ তেওঁৰ জন্ম বাৰ্ষিকীত মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি। সমাজৰ বঞ্চিত আৰু দুৰ্বল শ্ৰেণীৰ উত্থানত তেওঁৰ উল্লেখযোগ্য অৱদান আছিল। জনসেৱা আৰু ৰাষ্ট্ৰীয় সেৱাৰ প্ৰতি থকা ঐকান্তিক নিষ্ঠাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব।

 

***

MJPS/SS/VJ/KD