Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰক প্ৰধানমন্ত্ৰীৰ বৰদিনৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে৷

‘‘প্ৰত্যেককে বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷ আমি যীশু খ্ৰীষ্টৰ মহৎ শিক্ষাক সোঁৱৰণ কৰিছোঁ আৰু সমাজত সমতা স্থাপনৰ বাবে তেওঁ কৰা প্ৰয়াসক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ’’, প্ৰধানমন্ত্ৰী গৰাকীয়ে এইদৰে কয়৷

***

AKT/ VJ/MANN