Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে পাহাৰপুৰ গাঁৱৰ গোঁসানী পীঠত প্ৰাৰ্থনা জনালে প্ৰধানমন্ত্ৰী

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে পাহাৰপুৰ গাঁৱৰ গোঁসানী পীঠত প্ৰাৰ্থনা  জনালে  প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ আৰু ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে  পাহাৰপুৰ গাঁৱৰ গোঁসানী পীঠত প্ৰাৰ্থনা জনায়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে জনজাতীয় সংস্কৃতিত গোঁসানী পীঠৰ গুৰুত্ব অপৰিসীম।

শ্ৰী মোদীয়ে কয় যে ইয়াত  উপস্থিত হোৱাৰ সুযোগ পোৱাৰ বাবে তেওঁ  সৌভাগ্যৱান।

এক্সৰ  এটা পোষ্টত শ্ৰী মোদীয়ে কয়;

“ৰাষ্ট্ৰপতি জী আৰু মই পাহাৰপুৰ গাঁৱৰ গোঁসানী পীঠত প্ৰাৰ্থনা জনালো।

জনজাতীয় সংস্কৃতিত গোসাঁনী পীঠৰ গুৰুত্ব অপৰিসীম। মই সৌভাগ্যৱান যে ইয়াত উপস্থিত হোৱাৰ সুযোগ পাইছো।

@rashtrapatibhvn”

 

***

MJPS/SS/ST/DM