পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপে ১২ বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে এই আঁচনিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে ‘মেক ইন ইণ্ডিয়া’ ৰ জৰিয়তে আন্তঃগাঁথনি, উদ্যোগ আৰু উদ্ভাৱন সৃষ্টি কৰাৰ মাধ্যমেৰে ভাৰত বিকাশ আৰু সমৃদ্ধিৰ বাটেৰে আগুৱাই গৈছে।
এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰকাশ কৰেঃ
“‘মেক ইন ইণ্ডিয়া’ৰ জৰিয়তে আন্তঃগাঁথনি, উদ্যোগ আৰু উদ্ভাৱন সৃষ্টিৰ মাধ্যমেৰে ভাৰত বিকাশ আৰু সমৃদ্ধিৰ পথেৰে আগুৱাই গৈছে!
#12YearsOfMakeInIndia”
‘Make in India’ is about creating infrastructure, enterprise and innovation that allow India to grow and prosper! #12YearsOfMakeInIndia pic.twitter.com/nTqo4A3LHP
— Narendra Modi (@narendramodi) September 25, 2026
*********
MJPS/SS/PRK/DD