পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ৰাষ্ট্ৰীয় আয়ুষ মিচন(নাম)ত আয়ুষ্মান ভাৰতৰ আয়ুষ স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰৰ অন্তৰ্ভুক্তিত অনুমোদন জনাইছে৷
এই প্ৰস্তাৱ অনুসৰি ২০১৯-২০ৰ পৰা ২০২৩-২৪লৈকে এই পাঁচ বছৰৰ বাবে পৰিচালনা কৰিবলগীয়া আয়ুষৰ স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰৰ বাবে মুঠ ৩৩৯৯.৩৫ কোটি টকা(২২০৯.৫৬ কোটি কেন্দ্ৰীয় চৰকাৰৰ আৰু ১১৮৯.৭৭ কোটি টকা ৰাজ্য চৰকাৰৰ অংশ) ব্যয় হ’ব৷
ৰাষ্ট্ৰীয় আয়ুষ মিচন(নাম)ৰ অধীনত চলিবলগীয়া এই আয়ুষ স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰৰ জৰিয়তে নিম্নোলিখিত উদ্দেশ্য পুৰণ হ’বঃ
• বৰ্তমানৰ চিকিৎসা পদ্ধতিৰ সৈতে সামাঞ্জস্য ৰাখি প্ৰতিৰোধমুলক, আৰোগ্যমুলক, পুনঃসংস্কাৰমুলক আৰু আৰোগ্যমুলক চিকিৎসা সেৱাৰ প্ৰতি লক্ষ্য ৰাখি আয়ুষে সিদ্ধান্ত আৰু অভ্যাসৰ ওপৰত আধাৰিত এক সম্পূৰ্ণ আৰোগ্য আৰ্হি প্ৰস্তুত কৰা৷
• আয়ুষ সেৱা প্ৰদানেৰে জৰুৰীকালীন লোকসকলৰ বাবে চিকিৎসাৰ নতুন বিকল্প চিন্তা কৰা৷
• আয়ুষ সেৱাত জীৱনশৈলী, যোগ, ঔষধি গছক সামূহিক জনসজাগতাত অন্তৰ্ভূক্ত কৰা আৰু আয়ুষ ব্যৱস্থাৰ সামৰ্থ্য অনুসৰি নিৰ্বাচিত স্বাস্থ্য স্থিতিৰ বাবে ঔষধৰ ব্যৱস্থা কৰা৷
আয়ুষ মন্ত্ৰালয়ে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল, স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ তথা অন্যান্য আনুষংগিক মন্ত্ৰালয়ৰ সহযোগত দেশত ১২,৫০০ আয়ু স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰৰ পৰিচালনা কৰাৰ বাবে নিম্নোলিখিত দুটা আৰ্হি প্ৰস্তাৱ কৰিছেঃ
১৷ বৰ্তমানৰ আয়ুষ ডিছপেনচেৰীৰ উন্নীতকৰণ(প্ৰায় ১০,০০০) কৰা
২৷ বৰ্তমানৰ উপ-স্বাস্থ্য কেন্দ্ৰৰ উন্নীতকৰণ(প্ৰায় ২৫০০)কৰা
লাভালাভঃ
• সাৰ্বজনীন স্বাস্থ্য ব্যৱস্থাৰ সহজলভ্য চিকিৎসা সেৱা বৃদ্ধি পাব৷
• গৌণ আৰু সেৱা খণ্ডৰ স্বাস্থ্য সেৱাৰ বোজা হ্ৰাস পাব৷
• ‘স্ব-সেৱা’ আৰ্হিৰ ফলত নিজা ব্যয় হ্ৰাস পাব৷
• নীতি আয়োগৰ নিৰ্দেশ অনুসৰি বহনক্ষম উন্নয়ন ৩ৰ সৈতে আয়ুষৰ একত্ৰীকৰণ
• নিৰ্দিষ্ট এলেকাত অত্যাধূনিক আৰোগ্য আৰ্হিৰ ৰূপায়ণ৷
***
VRRK/AK/DB
लॉकडाउन को अभी भी कई लोग गंभीरता से नहीं ले रहे हैं। कृपया करके अपने आप को बचाएं, अपने परिवार को बचाएं, निर्देशों का गंभीरता से पालन करें। राज्य सरकारों से मेरा अनुरोध है कि वो नियमों और कानूनों का पालन करवाएं।
— Narendra Modi (@narendramodi) March 23, 2020