Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰায়বেৰেইলীৰ এনটিপিচি প্ৰকল্পত সংঘটিত দুৰ্ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


উত্তৰপ্ৰদেশৰ ৰায়বেৰেইলীৰ এনটিপিচি প্ৰকল্পত সংঘটিত দুৰ্ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ৰায়বেৰেইলীৰ এনটিপিচি প্ৰকল্পত সংঘটিত দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছো। শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। আহতসকলৰ তাৎক্ষণিকভাৱে আৰোগ্য কামনা কৰিছো। সমগ্ৰ পৰিস্থিতি অতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ লগতে বিষয়াসকলে অঞ্চলটোত স্বাভাৱিক অৱস্থা ঘুৰাই আনিবলৈ সক্ষম হৈছে।”

*****

AKT/NT/DB