পি এম ইণ্ডিয়া
ৱাৰাণসীত যোৱা ১৫ মে’,২০১৮ত এখন নিৰ্মীয়মান উৰণীয়া সেতু খহি মৃত্যুবৰণ কৰা লোকসকলৰ পৰিয়ালবৰ্গলৈ প্ৰধানমন্ত্ৰীয়ে ২লাখকৈ টকাৰ অনুদান আগবঢ়াইছে৷ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা এই অনুদান আগবঢ়োৱা হ’ব৷
প্ৰধানমন্ত্ৰীয়ে লগতে দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত প্ৰতিগৰাকী ব্যক্তিলৈ ৫০,০০০ টকাৰ অনুদানো ঘোষণা কৰে৷
***
AKT/SH/MS
Extremely saddened by the loss of lives due to the collapse of an under-construction flyover in Varanasi. I pray that the injured recover soon. Spoke to officials and asked them to ensure all possible support to those affected.
— Narendra Modi (@narendramodi) May 15, 2018
I spoke to UP CM Yogi Adityanath Ji regarding the situation due to the collapse of an under-construction flyover in Varanasi. The UP Government is monitoring the situation very closely and is working on the ground to assist the affected.
— Narendra Modi (@narendramodi) May 15, 2018