Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অটল বিহাৰী বাজপেয়ীক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

অটল বিহাৰী বাজপেয়ীক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ টুইটত কয়:

“আজি সন্মানীয় অটলজীৰ মৃত্যু বাৰ্ষিকীত মই সদাইভ অটললৈ গৈ তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ভাৰতৰ সেৱাত অটলজীৰ প্ৰচেষ্টাৰ দ্বাৰা আমি অনুপ্ৰাণিত হৈছো। তেওঁ ভাৰতক পৰিৱৰ্তন কৰা আৰু একবিংশ শতিকাৰ প্ৰত্যাহ্বানৰ বাবে আমাৰ দেশক প্ৰস্তুত কৰাৰ দিশত দৃষ্টান্তমূলক প্ৰচেষ্টা চলাইছিল।”