Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে জেনেৰেল ইলেক্ট্ৰিকৰ চিইঅ’ এইচ লৰিন্স কাল্প জুনিয়ৰৰ সৈতে বৈঠক কৰে

প্ৰধানমন্ত্ৰীয়ে জেনেৰেল ইলেক্ট্ৰিকৰ চিইঅ’ এইচ লৰিন্স কাল্প জুনিয়ৰৰ সৈতে বৈঠক কৰে-


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জেনেৰেল ইলেক্ট্ৰিকৰ চিইঅ‘এইচ লৰিন্স কাল্প জুনিয়ৰৰ সৈতে সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতত নিৰ্মাণৰ দীৰ্ঘকালীন সংকল্পবদ্ধতাৰ বাবে জিইৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী আৰু কাল্প জুনিয়ৰে ভাৰতত নিৰ্মাণক উদগনি দিবলৈ জিইৰ ব্যাপক প্ৰযুক্তিগত সহযোগৰ ওপৰত আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে জিইক ভাৰতত বিমান আৰু অক্ষয় ইন্ধনৰ ক্ষেত্ৰত বৃহৎ ভূমিকা পালন কৰিবলৈ আমন্ত্ৰণ জনায়।

**********