Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

হাৰিয়ানাৰ কৈথালত পথ দুৰ্ঘটনাত নিহতসকলৰ বাবে আগবঢ়োৱা এককালীন অনুদানলৈ অনুমোদন জনাইছে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ কৈথালত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’-ৰ পৰা ২ লাখকৈ টকা আৰু আহতসকলৰ বাবে ৫০,০০০ টকাৰ অনুদানলৈ অনুমোদন জনাইছে।

‘এক্স’ত প্ৰেৰণ কৰা এটা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰিছে:

“প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ কৈথালত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’-ৰ পৰা ২ লাখকৈ টকাৰ অনুদানলৈ অনুমোদন জনাইছে। আহতসকলক প্ৰতিগৰাকীক ৫০,০০০ টকাকৈ দিয়া হ’ব।”

***

MJPS/SR/KB