পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাৰ সাংসদ পৰিমল নাথৱানিৰ পৰা গীৰ আৰু এছিয়ান সিংহৰ ওপৰত এখন কফি টেবুল গ্ৰন্থ ‘গীৰৰ আহ্বান’ গ্ৰহণ কৰে।
পৰীমল নাথৱানীয়ে এই গ্ৰন্থখন নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰে।
প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়,
‘আপোনাক লগ পাই ভাল লাগিছে, পৰিমল ভাই আৰু গিৰৰ ওপৰত আপোনাৰ কামৰ প্ৰতিলিপি লাভ কৰিছো। মই আপোনাক বন্যপ্ৰাণীৰ প্ৰতি আগ্ৰহী ব্যক্তি হিচাপে সদায়ে চিনি পাই আহিছো আৰু এই কামে নিশ্চয়কৈ গৰ সিংহৰ প্ৰতি আগ্ৰহী সকলোকে সহায় কৰিব। @mpparimal
DS/ST
Glad to have met you, Parimal Bhai and received a copy of your work on Gir. I’ve always known you as someone passionate about wildlife and this work will surely help all those interested in the majestic Gir Lion. @mpparimal https://t.co/mRKPOtK43D
— Narendra Modi (@narendramodi) July 31, 2024