Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ফলাফলৰ তালিকাঃ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ

ফলাফলৰ তালিকাঃ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ


ক্ৰ.নং

শিৰোনাম

ক্ষেত্ৰ

1.

ভাৰত-ফ্ৰান্সৰ সম্পৰ্কক “বিশেষ বিশ্ব কৌশলগত অংশীদাৰিত্ব”লৈ উন্নীত কৰা”

ৰাজনৈতিক, সামগ্ৰিক

2.

উচ্চ অংশীদাৰিত্ব আৰু হৰাইজন ২০৪৭ ৰোডমেপৰ ৰূপায়ণৰ নিয়মীয়া পৰ্যালোচনাৰ বাবে বাৰ্ষিক বৈদেশিক মন্ত্ৰীসকলৰ আলোচনা স্থাপন কৰা

3.

ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষৰ শুভাৰম্ভ

প্ৰযুক্তি আৰু উদ্ভাৱন

4.

ভাৰত-ফ্ৰান্স উদ্ভাৱন নেটৱৰ্কৰ শুভাৰম্ভ

5.

কৰ্ণাটকৰ ভেমাগালত এইচ১২৫ হেলিকপ্টাৰ ফাইনেল এছেম্বলি লাইন উদ্বোধন

প্ৰতিৰক্ষা আৰু নিৰাপত্তা

6.

ভাৰত চৰকাৰ আৰু ফ্ৰান্সৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ চুক্তিৰ নবীকৰণ

7.

ভাৰতত হামাৰ ক্ষেপণাস্ত্ৰ উৎপাদনৰ বাবে বিইএল আৰু ছেফ্ৰানৰ যুটীয়া উদ্যোগ

8.

ভাৰতীয় সেনা আৰু ফৰাচী স্থল বাহিনী প্ৰতিষ্ঠানত বিষয়াৰ পাৰস্পৰিক নিয়োগ

9.

যৌথ উন্নত প্ৰযুক্তি উন্নয়ন গোট গঠন

প্ৰতিৰক্ষাকে ধৰি গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তি

10.

গুৰুত্বপূৰ্ণ খনিজ আৰু ধাতুৰ সহযোগিতাৰ বাবে যৌথ আগ্ৰহপত্ৰ ঘোষণা

11.

ডিএছটি আৰু চিএনআৰএছৰ মাজত উন্নত সামগ্ৰীৰ সন্দৰ্ভত কেন্দ্ৰ স্থাপনৰ আগ্ৰহ পত্ৰ

12.

ভাৰত আৰু ফ্ৰান্সৰ মাজত হোৱা দ্বৈত কৰ পৰিহাৰ চুক্তিৰ সংশোধনী প্ৰট’কল

অৰ্থনীতি, ষ্টাৰ্টআপ, বিজ্ঞান আৰু প্ৰযুক্তি, স্বাস্থ্য, নবীকৰণযোগ্য শক্তি আৰু দক্ষতা

13.

ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰ, উদ্ভাৱন আৰু প্ৰযুক্তিৰ কৌশলগত সহযোগিতাৰ ওপৰত টি-হাব আৰু নৰ্ড ফ্ৰান্সৰ মাজত আগ্ৰহ পত্ৰ

14.

ডিএছটি আৰু চিএনআৰএছৰ মাজত বৈজ্ঞানিক সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি

15.

ডিজিটেল বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে ভাৰত-ফ্ৰান্স কেন্দ্ৰ স্থাপনৰ যৌথ আগ্ৰহ পত্ৰ ঘোষণা

16.

নতুন দিল্লীৰ এইমছত ভাৰত-ফ্ৰান্স চেণ্টাৰ ফৰ এআই ইন হেল্থৰ শুভাৰম্ভ

17.

সংক্ৰামক ৰোগ আৰু বিশ্ব স্বাস্থ্য গৱেষণাৰ ওপৰত গৱেষণা আৰু উন্নয়নত সহযোগিতাৰ সন্দৰ্ভত ডিবিটি আৰু এএনআৰএছৰ মাজত আগ্ৰহ পত্ৰ

18.

ভাৰত-ফ্ৰান্স চেণ্টাৰ ফৰ মেটাবলিক হেল্থ চাইন্সেছ স্থাপনৰ বাবে চুক্তি

19.

বিমান বিজ্ঞানত দক্ষতাৰ বাবে ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ আগ্ৰহ পত্ৰ

20.

নব্য আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয় আৰু নবীকৰণযোগ্য শক্তি সহযোগিতাৰ ওপৰত অৰ্থনীতি, বিত্ত আৰু ঔদ্যোগিক, শক্তি আৰু ডিজিটেল সাৰ্বভৌমত্ব মন্ত্ৰালয়ৰ মাজত বুজাবুজি চুক্তিৰ নবীকৰণ

21.

যোগাযোগ মন্ত্ৰালয়ৰ ডাক বিভাগ আৰু ফ্ৰান্সৰ লা পোষ্টৰ মাজত আগ্ৰহ পত্ৰ

 

****

MJPS/SR/DB