Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দেৱী ব্ৰহ্মচাৰিনীৰ ঐশ্বৰিক শক্তি আৰু কৰুণাৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেৱী ব্ৰহ্মচাৰিনীৰ ঐশ্বৰিক শক্তি আৰু কৰুণাৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছেঃ

মা ব্ৰহ্মচাৰিনীৰ চৰণত কোটি কোটি প্ৰণাম! দেৱী মাই সকলো ভক্তৰ প্ৰতি দয়া অব্যাহত ৰাখক।

दधाना करपद्माभ्यामक्षमालाकमण्डलू।

देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा॥”

দেৱীয়ে ৰুদ্ৰাক্ষৰ মালা আৰু এটা পানীৰ পাত্ৰ তেওঁৰ পদুম সদৃশ হাতেৰে ধৰি থাকেপৰম ক্ষমতাশালী দেৱী ব্ৰহ্মাচাৰিনীয়ে মোৰ প্ৰতি দয়া অব্যাহত ৰাখক।

Narendra Modi (@narendramodi) on X

মা ব্ৰহ্মচাৰিনীৰ চৰণত কোটি কোটি প্ৰণাম! দেৱী মাই সকলো ভক্তৰ প্ৰতি আপোনাৰ অব্যাহত ৰাখক।

दधाना करपद्माभ्यामक्षमालाकमण्डलू। देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा॥”

 

 

****

MJPS/PRK/HS