পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইছৰোৰ আন এক উল্লেখনীয় সাফল্যৰ প্ৰশংসা কৰি দেশৰ বাবে এয়া অত্যন্ত গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভূ-সমকালীন কক্ষপথৰ পৰা ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ ই অ’ এছ-০৫ লৈ যোৱা জি এছ এল ভি-এফ ১৭ৰ সফল উৎক্ষেপণ হৈছে ভাৰতৰ মহাকাশ খণ্ডক সংজ্ঞায়িত কৰা উৎকৃষ্টতা, উদ্ভাৱন আৰু বৰ্ধিত ক্ষমতাৰ প্ৰতিফলন।
শ্ৰী মোদীয়ে লগতে কয় যে ইছৰো আৰু ভাৰতীয় উদ্যোগৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বই মহাকাশ কাৰ্যসূচীত নতুন শক্তি আৰু পৰিসৰ বৃদ্ধি কৰাৰ লগতে সমগ্ৰ মহাকাশ পৰিবেশতন্ত্ৰত ভাৰতৰ সামৰ্থ্য বিস্তাৰ কৰিছে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছেঃ
‘ইছৰোৰ আন এক উল্লেখযোগ্য সাফল্য আৰু আমাৰ দেশৰ বাবে এয়া অত্যন্ত গৌৰৱৰ মুহূৰ্ত।
ভূ-সমকালীন কক্ষপথৰ পৰা ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ ই অ’ এছ-০৫ লৈ যোৱা জি এছ এল ভি-এফ ১৭ৰ সফল উৎক্ষেপণ হৈছে ভাৰতৰ মহাকাশ খণ্ডক সংজ্ঞায়িত কৰা উৎকৃষ্টতা, উদ্ভাৱন আৰু বৰ্ধিত ক্ষমতাৰ প্ৰতিফলন।
ইছৰো আৰু ভাৰতীয় উদ্যোগৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বই মহাকাশ কাৰ্যসূচীত নতুন শক্তি আৰু পৰিসৰ বৃদ্ধি কৰাৰ লগতে সমগ্ৰ মহাকাশ পৰিবেশতন্ত্ৰত ভাৰতৰ সামৰ্থ্য বিস্তাৰ কৰিছে।’
Yet another outstanding achievement by ISRO and a proud moment for our nation.
The successful launch of GSLV-F17 carrying EOS-05, India’s first-ever imaging satellite from Geosynchronous orbit is a reflection of the excellence, innovation and growing capabilities that define… https://t.co/fXzwnSmwAF
— Narendra Modi (@narendramodi) September 4, 2026
*************
MJPS/SS/PRK/NB