Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নুৱাখাই উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নুৱাখাই উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে নুৱাখাই হৈছে এনে এক উৎসৱ যি আমাৰ কৃষকসকলৰ লগতে শস্য চপোৱা আৰু একতাৰ মনোভাৱ উদযাপন কৰে। এই বিশেষ অনুষ্ঠানটোৱে সমাজত সম্প্ৰীতি আৰু একতাৰ মনোভাৱ অধিক শক্তিশালী কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

নুৱাখাই জুহাৰ!

আমাৰ কৃষক, শস্য চপোৱা আৰু একতাৰ মনোভাৱ উদযাপন কৰা উৎসৱ নুৱাখাই উপলক্ষে উষ্ম শুভেচ্ছা জনালোঁ।

এই বিশেষ উৎসৱে সম্প্ৰীতিৰ বন্ধন শক্তিশালী কৰাৰ লগতে সমাজলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক।

ନୂଆଁଖାଇ ଜୁହାର୍‌ !

ଆମ କୃଷକ, ଫସଲ ଏବଂ ଏକତାର ପର୍ବ ନୂଆଁଖାଇର ଅନେକ ଅନେକ ଶୁଭକାମନା ।

ଏହି ସ୍ୱତନ୍ତ୍ର ଅବସର ଆମ ସମାଜରେ ସଦ୍ଭାବନାର ବନ୍ଧନକୁ ସୁଦୃଢ଼ କରୁ ଏବଂ ଖୁସି ସମୃଦ୍ଧି ନେଇ ଆସୁ

**********

MJPS/SS/VJ/DD