Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সামাজিক একতাৰ ক্ষেত্ৰত অশোক সিংহলৰ আধ্যাত্মিক দায়বদ্ধতা আৰু উৎসৰ্গাৰ ওপৰত আলোকপাত কৰি তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অশোক সিংহলৰ দৃঢ় মানসিকতা, সৰলতা আৰু সামাজিক একতাৰ প্ৰতি উৎসর্গিত মনোভাবৰ ওপৰত আলোকপাত কৰি তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ অক্লান্ত সাংগঠনিক কামক স্মৰণ কৰে আৰু তেওঁৰ জীৱন তথা চিন্তাধাৰাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে।

এক্সত শ্বেয়াৰ কৰা কেইবাটাও টুইটত প্ৰধানমন্ত্ৰীয়ে লিখিছে;

‘অশোক সিংহল আছিল দুৰ্দান্ত… বিশ্বাসৰ ক্ষেত্ৰত দৃঢ় আৰু তেওঁৰ সৰলতাৰ ক্ষেত্ৰত উল্লেখযোগ্য।

তেওঁ আধ্যাত্মিক দায়বদ্ধতাক অক্লান্ত সাংগঠনিক কাম আৰু সামাজিক একতাৰ প্ৰতি উৎসর্গাৰ সৈতে একত্ৰিত কৰিছিল।

তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।

 

Shri Ashok Singhal was formidable…firm in conviction and remarkable in his simplicity.

He combined spiritual commitment with tireless organisational work and an unwavering dedication to social unity.

Penned a tribute to him.https://t.co/Duq6gaFVo0

— Narendra Modi (@narendramodi) September 28, 2026

 

nm-4.com/y8ar99’

‘অশোক সিংহল জীৰ ব্যক্তিত্ব আছিল সংকল্প আৰু সৰলতাৰ এক বিস্ময়কৰ সংগম।

সংগঠনৰ কামৰ প্ৰতি তেওঁৰ নিষ্ঠা, আধ্যাত্মিক বিশ্বাস আৰু সামাজিক একতাৰ প্ৰতি উৎসর্গাই সকলোকে অনুপ্ৰাণিত কৰি থাকিব।

এই প্ৰবন্ধটো তেওঁৰ জীৱন আৰু চিন্তাধাৰাৰ প্ৰতি উৎসৰ্গিত…

nm-4.com/JYwywL’

****

MJPS/SS/PRK/HS