পি এম ইণ্ডিয়া
ওড়িশাৰ ৰাজ্যপাল ড০ হৰি বাবু কাম্ভমপতিয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়—
“ওড়িশাৰ ৰাজ্যপাল ড০ হৰি বাবু কাম্ভমপতিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।”
@GovernorOdisha”
Governor of Odisha, @DrHariBabuK met Prime Minister @narendramodi.@GovernorOdisha pic.twitter.com/JAqnKlCENY
— PMO India (@PMOIndia) October 1, 2026
************
MJPS/SS/ST/DM