Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে ওড়িশাৰ ৰাজ্যপালে


ওড়িশাৰ ৰাজ্যপাল ড০ হৰি বাবু কাম্ভমপতিয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এক্সৰ এটা  পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়—

“ওড়িশাৰ ৰাজ্যপাল ড০ হৰি বাবু কাম্ভমপতিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।”

@GovernorOdisha”

************

MJPS/SS/ST/DM