পি এম ইণ্ডিয়া
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডমিনিকাৰ প্ৰধানমন্ত্ৰী ৰুজভেল্ট স্কেৰিটে জনোৱা আন্তৰিক শুভেচ্ছা আৰু ইতিবাচক মন্তব্যৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে পুনৰ দৃঢ়তাৰে কয় যে ডমিনিকাৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া বন্ধুত্বক ভাৰতে গভীৰভাৱে মূল্য দিয়ে।
প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ লগতে দুয়োখন দেশৰ জনসাধাৰণৰ উমৈহতীয়া প্ৰগতি আৰু সমৃদ্ধিৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।
শ্ৰী মোদীয়ে ‘এক্স’ত এনেদৰে লিখিছে—
আপোনাৰ আন্তৰিক শুভেচ্ছা আৰু ইতিবাচক মন্তব্যৰ বাবে ধন্যবাদ, প্ৰধানমন্ত্ৰী স্কেৰিট। ডমিনিকাৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া বন্ধুত্বক ভাৰতে গভীৰভাৱে মূল্য দিয়ে। আমাৰ দেশসমূহৰ জনসাধাৰণৰ উমৈহতীয়া প্ৰগতি আৰু সমৃদ্ধিৰ বাবে একেলগে কাম কৰাৰ লগতে আমাৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আমি আগ্ৰহী।
Thank you, Prime Minister Skerrit, for your warm wishes and thoughtful words. India deeply values its enduring friendship with Dominica. We look forward to further strengthening our partnership and working together for the shared progress and prosperity of the people of our nations.
@SkerritR
— Narendra Modi (@narendramodi) October 7, 2026
MJPS/SS/VJ/DM
Thank you, Prime Minister Skerrit, for your warm wishes and thoughtful words. India deeply values its enduring friendship with Dominica. We look forward to further strengthening our partnership and working together for the shared progress and prosperity of the people of our nations. @SkerritR
— Narendra Modi (@narendramodi) October 7, 2026