পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দেই লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰী মোদীৰ ২৫ বছৰীয়া ৰাজহুৱা জীৱনে সেৱা, উন্নয়ন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰা প্ৰতিফলিত কৰা বুলি প্ৰবন্ধটোত শ্ৰী একনাথ সিন্দেই উল্লেখ কৰিছে। গুজৰাটৰ পৰা দিল্লীলৈ আন্তঃগাঁথনি, প্ৰযুক্তি, কল্যাণ আৰু সাংস্কৃতিক ঐতিহ্যত গুৰুত্ব দিয়াৰ ফলত ভাৰতৰ উন্নয়নৰ যাত্ৰাৰ দিশ নিৰ্দিষ্ট হৈ উঠিছে বুলি প্ৰবন্ধটোত গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি ইয়াৰ জৰিয়তে পৰৱৰ্তী পৰ্যায়ত দেশ অধিক শক্তিশালী আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ দৃষ্টিভংগীৰ সৈতে বিকশিত ভাৰত ২০৪৭ৰ দিশে অগ্ৰসৰ হোৱা বুলি প্ৰবন্ধটোত উল্লেখ কৰা হৈছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা এক্সত পোষ্ট কৰা হৈছে এইদৰে :
“প্ৰধানমন্ত্ৰীৰ ২৫বছৰীয়া ৰাজহুৱা জীৱনত সেৱা, উন্নয়ন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰা প্ৰতিফলিত হোৱা বুলি মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী শ্ৰী@mieknathshinde-ই লিখিছে।
গুজৰাটৰ পৰা দিল্লীলৈ আন্তঃগাঁথনি, প্ৰযুক্তি, কল্যাণ আৰু সাংস্কৃতিক ঐতিহ্যত গুৰুত্ব দিয়াৰ ফলত ভাৰতৰ উন্নয়ন যাত্ৰা নিৰ্দিষ্ট হৈ উঠিছে।
পৰৱৰ্তী পৰ্যায়ত অধিক শক্তিশালী আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ দৃষ্টিভংগীৰ সৈতে বিকশিত ভাৰত ২০৪৭ ৰ দিশে দেশ অগ্ৰসৰ হৈছে।”
PM @narendramodi’s 25 years in public life reflect a journey of service, development and nation-building, writes Maharashtra Deputy CM Shri @mieknathshinde.
From Gujarat to Delhi, the focus on infrastructure, technology, welfare and cultural heritage has shaped India’s development journey.
The next phase looks towards Viksit Bharat 2047, with a vision of a stronger and self-reliant India.
— PMO India (@PMOIndia) October 8, 2026
****
MJPS/SS/PRK/DD
PM @narendramodi's 25 years in public life reflect a journey of service, development and nation-building, writes Maharashtra Deputy CM Shri @mieknathshinde. From Gujarat to Delhi, the focus on infrastructure, technology, welfare and cultural heritage has shaped India's development journey. The next phase looks towards Viksit Bharat 2047, with a vision of a stronger and self-reliant India.
— PMO India (@PMOIndia) October 8, 2026