Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰুপী চোৰেনজীৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰুপী চোৰেনজীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

তেওঁ সদায় জনজাতীয় সম্প্ৰদায়ৰ সবলীকৰণৰ হকে কাম কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰী মোদীয়ে এই শোকৰ সময়ত হেমন্তজী, কল্পনাজী আৰু তেওঁলোকৰ সমগ্ৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছেঃ

“ৰুপী চোৰেনজীৰ মৃত্যুত দুখ পাইছো। তেওঁ সদায় জনজাতীয় সম্প্ৰদায়ৰ সবলীকৰণৰ হকে কাম কৰিছিল। দুখৰ এই সময়ত হেমন্তজী, কল্পনাজী আৰু তেওঁলোকৰ সমগ্ৰ পৰিয়ালৰ প্ৰতি মই সমবেদনা  জ্ঞাপন কৰিছো।“

****

MJPS/SS/PRK/DD