পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী স্বপন দাসগুপ্তই লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
দ্বিমূলীয় দিশৰ পুৰণি চিন্তাধাৰা নসাৎ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ গাঁথা পুনৰ ৰচনা কৰা বুলি প্ৰবন্ধটোত শ্ৰী স্বপন দাসগুপ্তই লিখিছে। তদুপৰি প্ৰবন্ধটোত অৰ্থনৈতিক সংস্কাৰৰ সমান্তৰালকৈ কাম কৰি থকা ডিজিটেল মঞ্চসমূহৰ লগতে নিৰ্দিষ্ট লক্ষ্যসহ কল্যাণমূলক কাম-কাজসমূহ সম্পূৰ্ণ কৰাৰ জৰিয়তে সংস্কাৰ আৰু কল্যাণ, সাংস্কৃতিক গৌৰৱ আৰু প্ৰযুক্তি, সমন্বয়ৰ পথেৰে আগবঢ়া বিষয়ত আলোকপাত কৰা হৈছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা এক্সত পোষ্ট কৰা হৈছেঃ
“দ্বিমূলীয় দিশৰ পুৰণি চিন্তাধাৰা নসাৎ কৰি @narendramodi প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ কাহিনী পুনৰ ৰচনা কৰা বুলি শ্ৰী @swapan55-এ লিখিছে।
প্ৰবন্ধটোত তেওঁ অৰ্থনৈতিক সংস্কাৰৰ সমান্তৰালকৈ কাম কৰি থকা ডিজিটেল মঞ্চ সমূহৰ লগতে নিৰ্দিষ্ট লক্ষ্যসহ কল্যাণমূলক কাম কাজসমূহ সম্পূৰ্ণ কৰাৰ জৰিয়তে সংস্কাৰ আৰু কল্যাণ, সাংস্কৃতিক গৌৰৱ আৰু প্ৰযুক্তি, সমন্বয়ৰ পথেৰে আগবঢ়া বিষয়ত আলোকপাত কৰিছে।
এই ভাব উদ্ৰেককাৰী খণ্ডটো পঢ়ক। “
Shri @swapan55 writes that PM @narendramodi has recrafted India’s story by dissolving the old world of binaries.
He highlights how reforms and welfare, cultural pride and technology have been brought together, with targeted welfare delivery and digital platforms working alongside economic reforms.
Do read this thoughtful piece.
— PMO India (@PMOIndia) October 8, 2026
*****
MJPS/SS/PRK/DD
Shri @swapan55 writes that PM @narendramodi has recrafted India's story by dissolving the old world of binaries. He highlights how reforms and welfare, cultural pride and technology have been brought together, with targeted welfare delivery and digital platforms working alongside economic reforms. Do read this thoughtful piece.
— PMO India (@PMOIndia) October 8, 2026