পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী মাতা অমৃতানন্দময়ীয়ে ৰচনা কৰা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
প্ৰবন্ধটোত, শ্ৰী মাতা অমৃতানন্দময়ীয়ে দেশৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ সমান্তৰালকৈ এক সমৃদ্ধিশালী ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰিছে। এই প্ৰবন্ধটোৰ জৰিয়তে শিক্ষা, স্বাস্থ্য আৰু অনাময়ৰ প্ৰচেষ্টাৰ লগতে সামাজিক সংস্কাৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, মহিলা সবলীকৰণ, যুৱ আৰু পৰিৱেশৰ ওপৰত আৰোপ কৰা তেওঁৰ গুৰুত্ব প্ৰতিফলিত হৈছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰপৰা এক্সত পোষ্ট কৰা হৈছেঃ
“শ্ৰী মাতা অমৃতানন্দময়ীয়ে দেশৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰাৰ লগতে সমৃদ্ধিশালী ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰিছে।
তেওঁ এই প্ৰবন্ধৰ জৰিয়তে শিক্ষা, স্বাস্থ্য আৰু অনাময়ৰ প্ৰচেষ্টাৰ লগতে সামাজিক সংস্কাৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, মহিলা সবলীকৰণ, যুৱ আৰু পৰিৱেশৰ ওপৰত শ্ৰীমোদীয়ে আৰোপ কৰা গুৰুত্ব প্ৰতিফলিত হৈছে। নিশ্চয় পঢ়িব!”
Sri Mata Amritanandamayi Ji reflects on PM @narendramodi’s vision of a prosperous Bharat while preserving its cultural heritage.
She highlights his focus on social reform, cleanliness, women’s empowerment, youth and the environment, along with efforts in education, health and sanitation.
Do read!
— PMO India (@PMOIndia) October 8, 2026
****
MJPS/SS/PRK/DD
Sri Mata Amritanandamayi Ji reflects on PM @narendramodi's vision of a prosperous Bharat while preserving its cultural heritage. She highlights his focus on social reform, cleanliness, women's empowerment, youth and the environment, along with efforts in education, health and sanitation. Do read!
— PMO India (@PMOIndia) October 8, 2026