Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইউপিএছচি আৰু চিএছচিএমৰ মাজৰ বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিছন (ইউপিএছচি) আৰু মংগোলিয়াৰ চিভিল ছাৰ্ভিচ কাউন্সিল (চিএছচিএম)ৰ মাজৰ বুজাবুজিৰ চুক্তিপত্ৰক অনুমোদন প্ৰদান কৰিছে৷

এই বুজাবুজিৰ চুক্তিপত্ৰই চিএছচিএম আৰু ইউপিএছচিৰ মাজৰ বিদ্যমান সম্পৰ্কক শক্তিশালী কৰিব৷ ইয়াৰ দ্বাৰা কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত দুয়োটা দলত অভিজ্ঞতা আৰু বিশেষজ্ঞৰ বিনিময় সম্ভৱ হব৷

*****

AKT/SH/MANN