Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী চৌধুৰী চৰণ সিঙৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

‘‘চৌধুৰী চৰণ সিঙৰ জয়ন্তীত তেওঁক সোঁৱৰণ কৰিছো৷ পৰিশ্ৰমী কৃষকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰা চৰণ সিঙ মহোদয়ে বঞ্চিতসকলৰ সৱলীকৰণৰ বাবে অহোপুৰুষাৰ্থ শ্ৰম কৰিছিল৷ ভাৰতৰ গণতান্ত্ৰিক পৰিকাঠামো শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ অগ্ৰগামী আছিল’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

******

VRRK/KP/MANN