পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওনাম উপলক্ষে দেশবাশীক শুভেচ্ছা জ্ঞাপন কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
‘ইতিবাচকতা, প্ৰাণৱন্ততা, ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ সৈতে সম্পৰ্কিত ওনাম উৎসৱৰ এই বিশেষ মুহূৰ্তত দেশবাশীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই সকলোৰে সুস্বাস্থ্য আৰু মংগলময় জীৱনৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।’
****
DS/SH/KG
Best wishes on the special occasion of Onam, a festival associated with positivity, vibrancy, brotherhood and harmony. I pray for everyone's good health and wellbeing.
— Narendra Modi (@narendramodi) August 21, 2021