Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আচাৰ্য কৃপালানীৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপনপ্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আচাৰ্য কৃপালানীৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

তেওঁৰ এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

“আচাৰ্য কৃপালানীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি। আমাৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অতুলনীয় অৱদানৰ বাবে তেওঁক ব্যাপকভাৱে সন্মান কৰা হয়। তেওঁ এজন সাংসদ হিচাপে নিজৰ এক শক্তিশালী পৰিচয় প্ৰস্তুত কৰিছিল। শিক্ষা আৰু সমাজ সেৱাৰ প্ৰতি সমৰ্পণৰ ক্ষেত্ৰততেওঁৰ অৱদানো লক্ষণীয়।”