Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণকালত (১৮ ফেব্ৰুৱাৰী, ২০১৯) স্বাক্ষৰিত বুজাবুজি চুক্তিসমূহৰ তালিকা


 

প্ৰতিৰক্ষা

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু আৰ্জেণ্টিনাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মাজত প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত বুজাবুজি চুক্তি

জৰ্জফৌৰি, বৈদেশিকপৰিক্ৰমামন্ত্ৰী

ৰাজ্যবৰ্ধনসিংৰাথোড়, ক্ৰীড়ামন্ত্ৰালয় (স্বতন্ত্ৰ)/তথ্যআৰুসম্প্ৰচাৰআৰুযুৱপৰিক্ৰমাআৰুক্ৰীড়াদপ্তৰ

পৰ্যটন

পৰ্যটনক্ষেত্ৰতসহযোগিতাৰবাবেভাৰতআৰুআৰ্জেণ্টিনাৰমাজতবুজাবুজিচুক্তি

জৰ্জফৌৰি, বৈদেশিকপৰিক্ৰমামন্ত্ৰী

ৰাজ্যবৰ্ধনসিংৰাথোড়, ক্ৰীড়ামন্ত্ৰালয় (স্বতন্ত্ৰ)/তথ্যআৰুসম্প্ৰচাৰআৰুযুৱপৰিক্ৰমাআৰুক্ৰীড়াদপ্তৰ

সম্প্ৰচাৰবিষয়বস্তু

প্ৰসাৰ ভাৰতী, ভাৰত আৰু আৰ্জেণ্টিনাৰ ফেডাৰেল ছিষ্টেম অৱ মিডিয়া এণ্ড পাব্লিক কনটেণ্টৰ মাজত সহযোগিতা আৰু সমন্বয়ৰ বাবে বুজাবুজিচুক্তি

জৰ্জফৌৰি, বৈদেশিকপৰিক্ৰমামন্ত্ৰী

ৰাজ্যবৰ্ধনসিংৰাথোড়, ক্ৰীড়ামন্ত্ৰালয় (স্বতন্ত্ৰ)/তথ্যআৰুসম্প্ৰচাৰআৰুযুৱপৰিক্ৰমাআৰুক্ৰীড়াদপ্তৰ

ফাৰ্মাচিউটিকেলছ

ভাৰত চৰকাৰৰ চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰ’ল অৰ্গেনাইজেশ্যন আৰু আৰ্জেণ্টিনাৰ নেশ্যনেল এডমিনিষ্ট্ৰেশ্যন অৱ ড্ৰাগছ, ফুড এণ্ড মেডিকেল টেকন’ল’জীৰ মাজত ফাৰ্মাছিউটিকেলছ সন্দৰ্ভত বুজাবুজিচুক্তি

জৰ্জফৌৰি, বৈদেশিকপৰিক্ৰমামন্ত্ৰী

ৰাজ্যবৰ্ধনসিংৰাথোড়, ক্ৰীড়ামন্ত্ৰালয় (স্বতন্ত্ৰ)/তথ্যআৰুসম্প্ৰচাৰআৰুযুৱপৰিক্ৰমাআৰুক্ৰীড়াদপ্তৰ

এণ্টাৰ্কটিকা

আৰ্জেণ্টিনা চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ৱৰ্শ্বিপ অৱ দ্য আৰ্জেণ্টাইন ৰিপাব্লিক আৰু ভাৰতৰ ভু বিজ্ঞান মন্ত্ৰালয়ৰ মাজত এণ্টাৰ্কটিক সহযোগিতা সন্দৰ্ভতবুজাবুজিচুক্তি

জৰ্জফৌৰি, বৈদেশিকপৰিক্ৰমামন্ত্ৰী

ৰাজ্যবৰ্ধনসিংৰাথোড়, ক্ৰীড়ামন্ত্ৰালয় (স্বতন্ত্ৰ)/তথ্যআৰুসম্প্ৰচাৰআৰুযুৱপৰিক্ৰমাআৰুক্ৰীড়াদপ্তৰ

কৃষি

ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় আৰু আৰ্জেণ্টিনাৰ উত্পাদন আৰু শ্ৰমিক মন্ত্ৰালয়ৰ মাজত ২০১০ চনত স্বাক্ষৰিত চুক্তি সন্দৰ্ভত কাৰ্যপন্থা নিৰ্ধাৰণ

লুইছমিগুৱেলএচেভেৰে, সচিব, কৃষিউদ্যোগ

সঞ্জয়আগৰৱাল, সচিব, কৃষি

কৃষি

ভাৰতীয় কৃষি গৱেষণা পৰিষদআৰু আৰ্জেণ্টিনাৰ উত্পাদন আৰু শ্ৰমিক মন্ত্ৰালয়ৰ অধীনৰ ৰাজ্যিক কৃষি উদ্যোগ সচিবৰ মাজত ২০০৬ চনত স্বাক্ষৰিত চুক্তি সন্দৰ্ভত ২০১৯-২১ চনৰ বাবে কাৰ্যপন্থা নিৰ্ধাৰণ

লুইছমিগুৱেলএচেভেৰে, সচিব, কৃষিউদ্যোগ

সঞ্জয়আগৰৱাল, সচিব, কৃষি

আইচিটি

তথ্য আৰু যোগাযোগ প্ৰযুক্তি আৰু ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত চৰকাৰৰ তথ্য-প্ৰযুক্তি আৰু ইলেক্ট্ৰ’নিক্স বিভাগ আৰু আৰ্জেণ্টিনাৰ আধুনিকীকৰণ দপ্তৰৰ চৰকাৰী সচিবৰ মাজত হোৱা যুটীয়া ঘোষণা

ড. আন্দ্ৰেছআইবাৰা, সচিব, আধুনিকীকৰণ

বিজয়ঠাকুৰসিং, সচিব (পূৱ), বাহ্যিকপৰিক্ৰমামন্ত্ৰালয়

অসামৰিকনিউক্লীয়েৰ

ভাৰতৰগ্লোবেলচেণ্টাৰফৰনিউক্লীয়েৰএনাৰ্জীপাৰ্টনাৰশ্বিপ(জিচিএনইপি) আৰুআৰ্জেণ্টিনাৰশক্তিসচিবালয়ৰচিএনইএৰমাজতবুজাবুজিচুক্তি

ওছভাল্ডোকালজেটাল’ৰি, চিএনইএ, অধ্যক্ষ

সঞ্জীৱৰঞ্জন, ভাৰতৰআৰ্জেণ্টিনাস্থিতৰাষ্ট্ৰদূত

১০

তথ্য-প্ৰযুক্তিবুদ্ধিমত্তাকেন্দ্ৰ

তথ্য-প্ৰযুক্তিৰবাবেভাৰত-আৰ্জেণ্টিনাৰএকবুদ্ধিমত্তাকেন্দ্ৰস্থাপনৰচুক্তি

জৰ্জফৌৰি, বৈদেশিকপৰিক্ৰমামন্ত্ৰী

সঞ্জীৱৰঞ্জন, ভাৰতৰআৰ্জেণ্টিনাস্থিতৰাষ্ট্ৰদূত

ক্ৰমিকনং সহযোগিতাক্ষেত্ৰ বুজাবুজিচুক্তি / চুক্তি / সন্ধিৰনাম আৰ্জেণ্টিনাৰহৈস্বাক্ষৰকাৰীৰনাম ভাৰতৰহৈস্বাক্ষৰকাৰীৰনাম

 

****

AKT/KP/RD