Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এখন উন্নত ভাৰত গঢ়ি তোলাত আত্মবিশ্বাসৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এখন উন্নত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আত্মবিশ্বাসৰ ৰূপান্তকাৰী ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে।

এক্স-ত এটা পোষ্টত তেওঁ লিখিছেঃ

“আত্মবিশ্বাস হৈছে এনে এটা শক্তি যাৰ জৰিয়তে সকলো সম্ভৱ। উন্নত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত দেশবাসীৰ এই শক্তি অতি উপযোগী হ’ব।

श्रीर्मङ्गलात् प्रभवति प्रागल्भ्यात् सम्प्रवर्धते।

दाक्ष्यात् तु कुरुते मूलं संयमात् प्रतितिष्ठति॥ “

*********

MJPS/SR/HS